ETV Bharat / state

যোৰহাটত উদযাপন কৰা হৈছে ষট পূজা

যোৰহাটৰ ভোগদৈ নদীত উদযাপন কৰা হৈছে ষট পূজা ৷ জাক জমকতা পৰিহাৰ কৰি আধ্যাত্মিকতা ৰক্ষা কৰি এইবাৰৰ ষট পূজা উদযাপন কৰা হৈছে ৷ মনৰ কামনা পূৰণৰ বাবে সূৰ্য দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰে ভক্তসকলে ৷

author img

By

Published : Nov 20, 2020, 8:30 PM IST

As_jrt_chath_puja_celebration_img_AS10039
যোৰহাটত উদযাপন কৰা হৈছে ষট পূজা

যোৰহাট,20 নৱেম্বৰ : সমগ্ৰ দেশৰ লগতে যোৰহাটতো উদযাপন কৰা হৈছে ষট পূজা ৷ যোৰহাটৰ ভোগদৈ নদীত উদযাপন কৰা হৈছে ষট পূজা ৷ সম্পূৰ্ণ চাৰিদিনীয়া কঠোৰ ব্ৰতত থাকি নদীৰ পাৰত সূৰ্য দেৱতাক প্ৰণাম জনাই ষট পূজা উদযাপন কৰা হয় ৷ সূৰ্যাস্তৰ আগে আগে মহিলা সকলে হাতত ফুল,বেলপাত আদি লৈ নদীৰ পাৰত উপস্থিত হয় ৷

বিগত বছৰ সমূহত জাক জমকতাৰে উদযাপন কৰা হৈছিল যদিও এইবাৰ ক'ভিড-19 ৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰিছে ষট পূজাৰ ৷ সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰি আধ্যাত্মিকতা ৰক্ষা কৰি এইবাৰৰ ষট পূজা উদযাপন কৰা হৈছে ৷ নিজৰ মনৰ কামনা পূৰণৰ বাবে সূৰ্য দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰে ভক্তসকলে ৷

লগতে পঢ়ক:হিমন্তৰ হাগ্ৰামাৰ কাজিয়া ৰহস্যৰ আৱৰ্তত: উৰ্খাউ গৌৰা ব্ৰহ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.