ETV Bharat / state

যোৰহাটত পবিত্ৰ বুদ্ধ পূৰ্ণিমা উদযাপন

author img

By

Published : May 18, 2019, 12:32 PM IST

যোৰহাটৰ ৰজাবাৰীস্থিত বৌদ্ধ বিহাৰত শনিবাৰে 2563 তম বুদ্ধ পুৰ্ণিমা উদযাপন কৰা হয় ৷

যোৰহাটত পবিত্ৰ বৌদ্ধ পূৰ্ণিমা উদযাপন

যোৰহাট, 18 মে': আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমা ৷ সমগ্ৰ বিশ্বৰ লগতে যোৰহাটতো পবিত্ৰ বুদ্ধ পূৰ্ণিমা পালন কৰা হয় ৷ বিশ্ব শান্তিৰ উদ্দেশ্যৰে যোৰহাটৰ ৰজাবাৰীস্থীত বৌদ্ধ বিহাৰত শনিবাৰে 2563 তম বুদ্ধ পূৰ্ণিমা উদযাপন কৰা হয় ৷

যোৰহাটত পবিত্ৰ বৌদ্ধ পূৰ্ণিমা উদযাপন

উল্লেখযোগ্য যে আজি পবিত্ৰ বুধ পূৰ্ণিমা উপলক্ষে ৰজাবাৰীস্থিত বৌদ্ধ বিহাৰত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব ৷ এই বৌদ্ধ বিহাৰত কেৱল বৌদ্ধ ধৰ্মাৱলম্বী লোকেই নহয়, বিভিন্ন ধৰ্মাৱলম্বী লোক সকলেও পবিত্ৰ বুদ্ধ পূৰ্ণিমা দিনটোত বুদ্ধৰ পবিত্ৰ চৰণত নৈবদ্যৰে আশীষ বিচাৰে

পবিত্ৰ বৌদ্ধ পূৰ্ণিমা উদযাপন।।

সমগ্ৰ বিশ্বৰ লগতে যোৰহাটতো পালন পবিত্ৰ বৌদ্ধ পুৰ্ণিমাৰ।বিশ্ব শান্তিৰ উদ্দেশ্যৰে যোৰহাটৰ ৰজাবাৰীস্হীত বৌদ্ধ বিহাৰত ২৫৬৩ তম বৌদ্ধ পুৰ্ণিমাৰ উদযাপন কৰা হয়।পূৱাৰ পৰা বৌদ্ধ বিহাৰত ভক্তৰ ভিৰ পৰিলক্ষিত হয়।উল্লেখযোগ্য যে আজি পবিত্ৰ বৌধ পুৰ্ণিমাৰ উদ্দেশ্য যোৰহাটৰ ৰজাবাৰীস্হীত বৌধ বিহাৰত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হব।দিনৰ ১২ বজাৰ লগে লগে সূৰ্য কীৰ্ত্তন কৰা হব।যোৰহাট ৰজাবাৰীস্হীত বৌদ্ধ বিহাৰত একল বৌদ্ধ ধৰ্মাৱলম্বী লোক ই নহয় বিভিন্ন ধৰ্মাৱলম্বী লোকে পবিত্র বৌদ্ধ পুৰ্ণিমাৰ দিনটোত বৌদ্ধৰ পবিত্র চৰণত নৈবদ্যৰে আশিষ বিছাৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.