ETV Bharat / state

টীয়কত ক'লা পতাকাৰ সন্মুখীন অতুল বৰা - টীয়ক

টীয়কত ক'লা পতাকাৰ সন্মুখীন অগপ দলৰ সভাপতি অতুল বৰা ৷ দলীয় সভাত অংশ গ্ৰহণ কৰিবলৈ আহি থকা অৱস্থাতে আছুৱে ক'লা পতাকা প্ৰদৰ্শন কৰে আছুৱে ৷

অতুল বৰা
টীয়কত ক'লা পতাকাৰ সন্মুখীন অতুল বৰা
author img

By

Published : Feb 23, 2020, 6:04 AM IST

টীয়ক, 21 ফেব্ৰুৱাৰীঃ যোৰহাটৰ টীয়কৰ জগদুৱাৰস্থিত লক্ষী মন্দিৰ প্ৰেক্ষাগৃহত শনিবাৰে টীয়ক সমষ্টিৰ অগপৰ কৰ্মীসভা অনুস্থিত কৰা হয় । উক্ত সভাত অগপ দলৰ সভাপতি অতুল বৰা অংশগ্ৰহণ কৰিবলৈ অহা সময়তে সভাস্থলীৰ সন্মুখত ক'লা পতাকা প্ৰদৰ্শন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷

আনহাতে, আৰক্ষীৰ তৎপৰাত সভস্থলীত উপস্থিত হৈ তৃণমূল কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰে আৰু আগন্তুক নিৰ্বাচনত পুনৰ অগপ বিজেপিৰ মিত্ৰজোট চৰকাৰৰ পক্ষত ৰাইজে ভোটদান কৰিব বুলি মন্তব্য কৰে ।

টীয়কত ক'লা পতাকাৰ সন্মুখীন অতুল বৰা

উল্লেখযোগ্য যে, ক'লা পতাকা প্ৰদৰ্শনৰ সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নত অতুল বৰাই কয়, "সেয়া কংগ্ৰেছৰ পৰোচনাতে আছুৱে এনেবোৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ পতাকা প্ৰদৰ্শনৰ সময়ত অগপৰ পতাকাখনৰ বাদে অন্য একো নাই দেখা নাই ৷ এনেকুৱা নিকৃষ্ট ৰাজনীতি কৰিলে কোনো কাৰণতে অসমৰ ৰাইজে কংগ্ৰেছক শাসনৰ বাঘজৰী অৰ্পণ নকৰে বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ।

আৰু পঢ়কঃ ধুবুৰীত অভিলাসী আঁচনিৰ শুভাৰম্ভণী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.