ETV Bharat / state

মৰিয়নিত জব্দ চাইকেল সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ সংবাদমেল - congress

28 মাৰ্চত মৰিয়নীৰ হেমলাই চামতলত এখন চাইকেল ভৰ্তি বলেৰ' পিক আপ জব্দ কৰাৰ পাচত চাইকেলসমূহ বিজেপিয়ে ভোটাৰৰ মাজত বিনামূলীয়াকৈ বিলাবলৈ আনিছিল বুলি অভিযোগ উত্থাপিত কৰিছিল মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

মৰিয়নীত জব্দ চাইকেল সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ সংবাদমেল
author img

By

Published : Mar 29, 2019, 9:58 PM IST

যোৰহাট,29 মাৰ্চ : মৰিয়নীৰ হেমলাইত জব্দ কৰা চাইকেল সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ সংবাদমেল ৷

মৰিয়নীত জব্দ চাইকেল সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ সংবাদমেল

উল্লেখ্য যে, 28 মাৰ্চত মৰিয়নীৰ হেমলাই চামতলত এখন চাইকেল ভৰ্ত্তি বলেৰ' পিক আপ জব্দ কৰাৰ পাচত চাইকেলসমূহ বিজেপিয়ে ভোটাৰৰ মাজত বিনামূলীয়াকৈ বিলাবলৈ আনিছিল বুলি অভিযোগ উত্থাপিত কৰিছিল মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । এই সন্দৰ্ভত শুকুৰবাৰে যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা সংবাদমেলত নিজৰ দলৰ স্থিতি স্পষ্ট কৰি এনে কুটিল ৰাজনীতি কংগ্ৰেছেহে কৰিব পাৰে বুলি কটাক্ষ কৰি বিজেপিয়ে নকৰে বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ হেমন্ত কলিতাই । কেৱল এয়াই নহয়, এয়া এক ষড়যন্ত্ৰ বুলিও উল্লেখ কৰে ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে ।

মৰিয়ণীৰ হেমলাইত জব্দ কৰা চাইকেল সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ সংবাদ মেল।।

মৰিয়ণীৰ যোৱা ২৮ মাৰ্চত দুপৰীয়া সময়ত বহু সংখ্যক চাইকেল জব্দ কৰাৰ বাতৰি ETV Bharatত প্ৰচাৰ হৈছিল।মৰিয়ণীৰ হেমলাই চামতলত এখন বলেৰ পিক আপ ভৰ্তি চাইকেল সমুহ জব্দ কৰাৰ পাছত মৰিয়ণী সমষ্ঠিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অভিযোগ উত্থাপিত কৰিছিল চাইকেল সমূহ বিজেপি য়ে ভোটাৰ মাজত বিনামূলীয়া কৈ বিলাবলৈ আনিছিল।এই সন্দৰ্ভত আজি যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা সংবাদ মেলত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ হেমন্ত কলিতা ই নিজৰ দলৰ স্হিতি স্পষ্ট কৰি কয় যে এনে কুটিল ৰাজনীতি কংগ্ৰেছেহে কৰিব পাৰে বিজেপিয়ে নকৰে।এইয়া এক ষড়যন্ত্ৰ বুলিলে ৰাজ্যিক মুখপাত্ৰ গৰাকীয়ে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.