ETV Bharat / state

ঢোল পেঁপা গগণাৰ মাতত উখল-মাখল তিতাবৰ - বিহু

তিতাবৰৰ বৰহোলাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰহোলা মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈছে বিনামূলীয়া বিহু নৃত্য কৰ্মশালা

ঢোল পেঁপা গগণাৰ মাতত ৰজনজনাইছে তিতাবৰৰ আকাশ-বতাহ
author img

By

Published : Mar 31, 2019, 11:24 AM IST

তিতাবৰ,৩১ মাৰ্চঃ পদূলি মুখত হেঁপাহৰ ৰঙালী বিহু । ৰাজ্যৰ চৌদিশে এতিয়া বিহুক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি । তিতাবৰো ইয়াৰ ব্যতিক্ৰম নহয় । অসমীয়াৰ বাপটি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ সাজু তিতাবৰবাসী । ঢোল পেঁপা গগণাৰ মাতত ৰজনজনাইছে তিতাবৰৰ আকাশ-বতাহ । এফালে আপোনজনক বিহুৱান দিবলৈ যদি তাঁতশালত বোৱাৰীৰ ব্যস্ততা । আনফালে আকৌ নৃত্যকৰ্মশালাত ব্যস্ত কণ কণ মাইনাসকল ।

ঢোল পেঁপা গগণাৰ মাতত ৰজনজনাইছে তিতাবৰৰ আকাশ-বতাহ
কাৰণ তিতাবৰৰ বৰহোলাআঞ্চলিক ছাত্ৰ সন্থাই বিগত চাৰিবছৰ ধৰি অসমীয়া ভাষা সংস্কৃতি নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ বাবে অনুষ্ঠিত কৰি আহিছে সম্পূৰ্ণ বিনামূলীয়াকৈ বিহু নৃত্য কৰ্মশালা । শেহতীয়াকৈ এই বৰ্ষতো ২৬ মাৰ্চৰ পৰা বৰহোলা মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈ আহিছে এই বিহু নৃত্য কৰ্মশালা । এই বিনামূলীয়া অনুষ্ঠিত হোৱা বিহু নৃত্য কৰ্মশালাত অংশগ্ৰহণ কৰিছে ২৫০ গৰাকীকৈ কণমানিয়ে ।

Intro:যোৱা 26 মাৰ্চ মাহৰ পৰা আছু বৰহোলাত আৰম্ভ কৰিলে বিনামূলীয়া বিহু নৃত্য কৰ্ম শালাBody:A, c বহু
A, C-বসন্ত আগমনৰ লগে লগে বৰহোলাত ব্যাপক প্ৰস্তুতি বিহুক আদৰাক। বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই নতুন প্ৰজন্মৰ মাজত অসমীয়া কলা সংস্কিতি জীয়াই ৰাখিব বাবে আৰম্ভ কৰিছে বিহু নৃত্য প্ৰশিক্ষণ। যোৱা 26 মাৰ্চ পৰা বৰহোলা মহাবিদ্যালয়ৰ প্ৰাংগণত 250 মইনা সকলক এই বিহু নৃত্য প্ৰক্ষিণ দি আছে। বাইট1 আছু বাইট2 প্ৰশিকক

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.