ETV Bharat / state

উদুলি-মুদুলি চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ - সাত বিহু

চুকাফা সমন্বয় ক্ষেত্ৰত পোন প্ৰথমবাৰৰ সাত বিহু উদযাপন

উদুলি-মুদুলি চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ
author img

By

Published : Apr 21, 2019, 5:50 PM IST

যোৰহাট,21 এপ্ৰিলঃ বিভিন্ন জাতি-জনগোষ্ঠীৰ বিহুৰে মুখৰ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ ৷ বিহুৰ বাণিজ্যিকীৰণৰ বিৰুদ্ধে এক দৃঢ় পদক্ষেপ গ্ৰহণৰ লগতে বিহুৰ স্বকীয় বৈশিষ্ট্য তথা ঐতিহ্য-পৰম্পৰাক অক্ষুণ্ণ ৰখাৰ এক জনমত গঠনৰ লক্ষ্যৰে যোৰহাটৰ ম’হবন্ধাৰ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত 21 এপ্ৰিল দেওবাৰে পোন প্ৰথমবাৰৰ উদযাপন কৰে সাত বিহুৰ ৷

উদুলি-মুদুলি চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ

সমন্বয় ক্ষেত্ৰস্থলীত সকলো শ্ৰেণীৰ ৰাইজে মুগা বৰণৰ সাজপাৰ পৰিধান কৰি উদযাপন কৰে সাত বিহু ৷ বিহুত উপস্থিত ৰাইজক উদ্দেশ্যি টাই ভাষাতে বিহু সম্পৰ্কীয় চমু ভাষণ আগবঢ়াই থাইলেণ্ডৰ অধ্যাপক ভ্ৰট্ৰেৱাজ ফুৱাং ৱানছে ৷

জাতি জনগোষ্ঠীৰ বিহুৰে মুখৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্ধয় ক্ষেত্ৰ।।

বিহুক বাণিজ্যিকৰণৰ বিৰুদ্ধে এক দৃঢ় পদক্ষেপ লব খোজাৰ লগতে বিহুৰ স্বকীয় বৈশিষ্ট্য তথা ঐতিহ্য-পৰম্পৰাক অক্ষুন্ন ৰখাৰ এক জনমত গঠনৰ আশাৰে যোৰহাটৰ মহবন্ধাৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয়ৰ ক্ষেত্ৰত ২১ এপ্ৰিল দেওবাৰে পোন প্ৰথমবাৰৰ উদযাপন সাত বিহুৰ। আনহাতে বিহুত এদিনৰ বাবে সকলো শ্ৰেণীৰ ৰাইজে মুগা বৰণৰ সাজপাৰ পৰিধান কৰি বিহুৰ যোগেদি একতা প্ৰদৰ্শন কৰাৰ মানসৰে যোৰহাটত উদযাপন কৰে সাত বিহুৰ।সাত বিহু উদযাপন সমিতিৰ উদ্যোগ পোন প্ৰথমবাৰৰ বাবে পালন কৰা সাত বিহুত ৰাজ্যখনৰ বিভিন্ন জিলাৰ জনগোষ্ঠীৰ বিহু দলে অংশগ্ৰহণ কৰে।সূদুৰ থাইলেণ্ডৰ অধ্যাপক ভ্ৰট্ৰেৱাজ ফুৱাং ৱানছে থাই ভাষাতে বিহু সম্পৰ্কীয় চমু ভাষন আগবঢ়াই উপস্থিত ৰাইজৰ উদ্দেশ্যি।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.