ETV Bharat / state

মৰিয়নীত জব্দ বৃহৎ সংখ্যক চাইকেল

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে জব্দ কৰিলে চাইকেল ভৰ্তি বলেৰ' পিক আপ ভান

author img

By

Published : Mar 28, 2019, 3:20 PM IST

মৰিয়নীত জব্দ বৃহৎ সংখ্যক চাইকেল

যোৰহাট, 28 মাৰ্চঃ মৰিয়নীত জব্দ বৃহৎ সংখ্যক চাইকেল । বিজেপিয়ে ভোটাৰক বিলাবলৈ অনাৰ অভিযোগ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ।মৰিয়নীত বৃহস্পতিবাৰে চাইকেল ভৰ্তি এখন বলেৰ' পিক আপ ভান জব্দ কৰে মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী সহিতে কংগ্ৰেছী কৰ্মকৰ্তাসকলে ৷ জব্দ কৰা চাইকেলসমূহ গতাই দিয়ে ফ্লাইং স্কুৱাডক ৷

মৰিয়নীত জব্দ বৃহৎ সংখ্যক চাইকেল
ভোটাৰক প্ৰলোভনৰ অৰ্থে চাইকেল সমূহ বিজেপিয়ে বিনামূলীয়াকৈ বিলাবলৈ অনাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক কুর্মীয়ে । বৰ্তমান জব্দ কৰা AS-03BC-2941 নম্বৰৰ বলেৰ' সহ চাইকেল সমূহ দেবেৰাপাৰ আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি তদন্ত আৰম্ভ কৰিছে ৷

Intro:মৰিয়নীত বৃহৎ সংখ্যক চাইকেল জব্দ। বিজেপিয়ে ভোটাৰক বিলাবলৈ অনাৰ অভিযোগ কুৰ্মীৰ।Body:মৰিয়নীত বৃহৎ সংখ্যক চাইকেল জব্দ। বিজেপিয়ে ভোটাৰক বিলাবলৈ অনাৰ অভিযোগ কুৰ্মীৰ।

মৰিয়নীত আজি দুপৰীয়া বহু সংখ্যক চাইকেল জব্দ কৰে । মৰিয়নীৰ হেমলাই চামতলত এক বলেৰ পিক আপ ভৰ্তি চাইকেল জব্দ কৰে মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী সহিতে কংগ্ৰেছী কৰ্মকৰ্তা সকলে । জব্দ কৰা চাইকেল সমূহ Flying Squad ক গতাই দিয়ে। ভোটাৰক প্ৰলোভন অর্থে চাইকেল সমূহ বিজেপিয়ে বিনামূলীয়াকৈ বিলাবলৈ অনাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক কুর্মীয়ে। বৰ্তমান জব্দ কৰা AS03BC 2941 নম্বৰৰ বলেৰ সহ চাইকেল সমূহ দেবেৰাপাৰ আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি তদন্ত আৰম্ভ কৰিছে।

Bite :- MLA MARIANI

RANJIT BORAH
MARIANI
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.