যোৰহাট,27 মেঃ যোৰহাটৰ সদৰ আৰক্ষী চকীত ম'বাইলৰ মেলা ৷ প্ৰায় ৫ লক্ষাধিক মূল্যৰ ২৪ টাকৈ ম'বাইলৰ সৈতে গ্ৰেপ্তাৰ 4 বহিঃৰাজ্যৰ যুৱক ৷ প্ৰাপ্ত তথ্য অনুসৰি ঝাৰখণ্ডৰ পৰা আহি যোৰহাটত সন্ত্ৰাস সৃষ্টি কৰিছে এই চাৰি যুৱকে ৷ বহু লোকৰ ম'বাইল চুৰি কৰি অৱশেষত জিলাখনৰ মৰিয়নী আৰু ঢেকাইপট্ৰী পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰৰ দলটোক। আৰক্ষীৰ জালত পৰা চোৰ কেইজন ক্ৰমে বিষ্ণু কুমাৰ মেহটো,চানি কুমাৰ,টিয়াৰী মেহটো,দীপক মেহটো ৷ ইয়াৰে ভিতৰত চানি কুমাৰ কিশোৰ বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে যোৰহাট সদৰ আৰক্ষীয়ে ১২৮০/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯ গোছৰ ৰুজু কৰিছে।
২৪ টাকৈ ম'বাইলৰ সৈতে গ্ৰেপ্তাৰ 4 বহিঃৰাজ্যৰ যুৱক - etv assam
বহু লোকৰ ম'বাইল চুৰি কৰি অৱশেষত জিলাখনৰ মৰিয়নী আৰু ঢেকাইপট্ৰী পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰৰ দলটোক। আৰক্ষীৰ জালত পৰা চোৰ কেইজন ক্ৰমে বিষ্ণু কুমাৰ মেহটো,চানি কুমাৰ, টিয়াৰী মেহটো,দীপক মেহটো ৷
যোৰহাট,27 মেঃ যোৰহাটৰ সদৰ আৰক্ষী চকীত ম'বাইলৰ মেলা ৷ প্ৰায় ৫ লক্ষাধিক মূল্যৰ ২৪ টাকৈ ম'বাইলৰ সৈতে গ্ৰেপ্তাৰ 4 বহিঃৰাজ্যৰ যুৱক ৷ প্ৰাপ্ত তথ্য অনুসৰি ঝাৰখণ্ডৰ পৰা আহি যোৰহাটত সন্ত্ৰাস সৃষ্টি কৰিছে এই চাৰি যুৱকে ৷ বহু লোকৰ ম'বাইল চুৰি কৰি অৱশেষত জিলাখনৰ মৰিয়নী আৰু ঢেকাইপট্ৰী পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰৰ দলটোক। আৰক্ষীৰ জালত পৰা চোৰ কেইজন ক্ৰমে বিষ্ণু কুমাৰ মেহটো,চানি কুমাৰ,টিয়াৰী মেহটো,দীপক মেহটো ৷ ইয়াৰে ভিতৰত চানি কুমাৰ কিশোৰ বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে যোৰহাট সদৰ আৰক্ষীয়ে ১২৮০/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯ গোছৰ ৰুজু কৰিছে।
আপোনাৰ ম'বাইল চুৰি হৈছে নেকি।তেতিয়া হলে যোৰহাটৰ সদৰ আৰক্ষী চকীলৈ আহক।যোৰহাটৰ সদৰ আৰক্ষী চকীত ম'বাইলৰ মেলা।সুদূৰ ঝাৰখন্ডৰ পৰা আহি যোৰহাটত চুৰি কায্য চুৰৰ দলৰ।প্ৰায় ৫ লক্ষাধীক মূল্যৰ ২৪ টাকৈ ম'বাইলৰ সৈতে গ্ৰপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।যোৰহাটৰ মৰিয়নী আৰু ঢেকাইপট্ৰী পৰা গ্ৰপ্তাৰ কৰে চুৰৰ দলটো। চাৰিজনকৈ ঝাৰখন্ডৰ দলটো গ্ৰপ্তাৰ কৰাৰ পাছত চাঞ্চলৰ সৃষ্টি কৰিছে যোৰহাটত।কাৰন এতিয়া যোৰহাটৰ দৰে চহৰতো আন্ত:ৰাজ্যিক চুৰৰ দলৰ টিঘিল ঘিলনী।উল্লেখযোগ্য যে বিষ্ণু কুমাৰ মেহটো,চানি কুমাৰ, টিয়াৰী মেহটো,দীপক মেহটো।ইয়াৰে ভিতৰত চানি কুমাৰ কিশোৰ।ইতিমধ্যে যোৰহাট সদৰ আৰক্ষীয়ে ১২৮০/১৯ কেছ নম্বৰত ভাৰতীয় দন্ডবীধি আইনৰ ৩৭৯ গোছৰ ৰুজু কৰিছে।