যোৰহাট, 5 জুন : বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰতিবাদেৰে মুখৰিত হ'ল যোৰহাট নিমাটিঘাট । নিমাটিঘাটৰ গৰাখহনীয়া ৰোধ আৰু অফলামুখ পাৰ ঘাটত ফেৰী ৰখোৱা বন্ধ কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যূৱ ছাত্র পৰিষদৰ জিলা সমিতিয়ে ৷
![AJYCP protest for Nimatighat in Jorhat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-5jun-protest-by-ajycp-nimatighat-vis-byte-7203853_05062020140238_0506f_01228_743.jpg)
লগতে পঢ়কঃ জাজৰিকাণ্ডৰ অভিযুক্ত দুই আৰক্ষীক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ
আনহাতে নিমাটি অফলামুখ পাৰঘাটত ফেৰী ৰখোৱাৰ বাবে আজিকোপতি কোনো ধৰণৰ বিজ্ঞানসন্মত প্লেট ফৰ্ম নথকাৰ ফলত সমগ্র নিমাটিঘাটত ভয়ংকৰ সমস্যাই দেখা দিছে ৷ সেয়ে নিমাটিঘাটক সুৰক্ষা প্ৰদানৰ দাবী জনাইছে অসম জাতীয়তাবাদী যূৱ ছাত্র পৰিষদৰ জিলা সমিতিয়ে ৷