ETV Bharat / state

বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰতিবাদেৰে মুখৰিত হ'ল যোৰহাট নিমাটিঘাট - নিমাটিঘাটৰ গৰাখহনীয়া ৰোধ

নিমাটিঘাট গৰাখহনীয়া এক পুৰণি সমস্যা। বাৰিষাৰ পানী বঢ়াৰ লগে লগে শংকা নামি আহে নিমাটিঘাট লৈ। কিন্তু নিমাটিঘাটৰ এই সমস্যাক লৈ বাৰে বাৰে দাবী জনাই অহাৰ পিছতো আভ্যন্তৰীণ জল পৰিবহন বিভাগ আৰু চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাত শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

AJYCP protest for Nimatighat in Jorhat
যোৰহাট
author img

By

Published : Jun 5, 2020, 6:15 PM IST

যোৰহাট, 5 জুন : বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰতিবাদেৰে মুখৰিত হ'ল যোৰহাট নিমাটিঘাট । নিমাটিঘাটৰ গৰাখহনীয়া ৰোধ আৰু অফলামুখ পাৰ ঘাটত ফেৰী ৰখোৱা বন্ধ কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যূৱ ছাত্র পৰিষদৰ জিলা সমিতিয়ে ৷

AJYCP protest for Nimatighat in Jorhat
যোৰহাট
নিমাটিঘাট গৰাখহনীয়া এক পুৰণি সমস্যা । বাৰিষাৰ পানী বঢ়াৰ লগে লগে শংকা নামি আহে নিমাটিঘাট লৈ। কিন্তু নিমাটিঘাটৰ এই সমস্যাক লৈ বাৰে বাৰে দাবী জনাই অহাৰ পিছতো আভ্যন্তৰীণ জল পৰিবহন বিভাগ আৰু চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাত শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।
বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰতিবাদেৰে মুখৰিত হ'ল যোৰহাট নিমাটিঘাট

লগতে পঢ়কঃ জাজৰিকাণ্ডৰ অভিযুক্ত দুই আৰক্ষীক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ
আনহাতে নিমাটি অফলামুখ পাৰঘাটত ফেৰী ৰখোৱাৰ বাবে আজিকোপতি কোনো ধৰণৰ বিজ্ঞানসন্মত প্লেট ফৰ্ম নথকাৰ ফলত সমগ্র নিমাটিঘাটত ভয়ংকৰ সমস্যাই দেখা দিছে ৷ সেয়ে নিমাটিঘাটক সুৰক্ষা প্ৰদানৰ দাবী জনাইছে অসম জাতীয়তাবাদী যূৱ ছাত্র পৰিষদৰ জিলা সমিতিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.