ETV Bharat / state

যোৰহাটৰ এটা পথৰ নামাকৰণক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

যোৰহাটৰ এটা পথৰ নামাকৰণে এতিয়া চহৰখনত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ তথা জাতীয় দল সংগঠন ৷ কিন্তু কিয় ?

ajycp-protest-aginest-muncipal-board
যোৰহাটৰ এটা পথৰ নামাকৰণক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া
author img

By

Published : Nov 27, 2020, 7:56 PM IST

Updated : Nov 27, 2020, 8:30 PM IST

যোৰহাট, 27 নৱেম্বৰ : যোৰহাটৰ এটা পথৰ নামাকৰণে এতিয়া চহৰখনত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ যোৰহাট আতুলীয়া গাঁৱৰ এটা পথৰ নাম বঙালী গলি হিচাপে নামাকৰণ কৰাক কেন্দ্ৰ কৰি এতিয়া যোৰহাট পৌৰসভাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ তথা জাতীয় দল সংগঠন ৷

যোৰহাটৰ এটা পথৰ নামাকৰণক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া

যোৰহাট পৌৰসভাৰ এই কাৰ্যৰ গৰিহণা প্ৰদান কৰি ২৪ ঘণ্টাৰ ভিতৰতে এই বেংগলী গলি লিখা তথা ইংৰাজীত থকা ফলকখন আঁতৰাবলৈ যোৰহাট পৌৰসভাক দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট মহানগৰ সমিতিয়ে ।

লগতে পঢ়ক: COVID-১৯: ভাৰতত ৯৩,০৯,৭৮৭ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

Last Updated : Nov 27, 2020, 8:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.