ETV Bharat / state

বিদেশী আহিলে খেদি খেদি মৰিয়াব সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ সদস্যই - যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

বুধবাৰে সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ সদস্যই যোৰহাটত বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন, 2019ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতে সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷

যোৰহাট
সদৌ অসম যুৱ ছাত্ৰ পৰিষদ
author img

By

Published : Jan 15, 2020, 4:12 PM IST

যোৰহাট, 15 জানুৱাৰীঃ ভোগালী বিহুৰ পহিলা দিনটোতে অৰ্থাৎ বুধবাৰে সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ সদস্যই যোৰহাটত নাগৰিকত্ব সংশোধনী আইন , 2019ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দিনযোৰা প্ৰতিবাদী কাৰ্যসূচীৰে সংগঠনটোৱে ৰাজ্য চৰকাৰক হুংকাৰ প্ৰদান কৰি কোনো কাৰণতে আইনখন মানি লোৱা নহ'ব বুলি দাবী কৰে ৷

সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
সংগঠনটোৱে কয় যে, বিদেশী আহিলে সদৌ অসম যূৱ ছাত্ৰ পৰিষদৰ সদস্যই বিদেশীক খেদি-খেদি মৰিয়াব ৷ প্ৰতিবাদকাৰী সকলে সৰ্বানন্দ সোণোৱালক সকিয়নী প্ৰদান কৰি কয় যে, তেওঁলোকে বিদেশীৰ বোজা জাপি দিলে পৰিৱেশ আৰু পৰিস্থিতি ভয়াৱহ হৈ পৰিব ৷

লগতে পঢ়ক - ছয়গাঁৱৰ অক্ষয় বড়োৱে লাভ কৰিলে ৰূপৰ পদক

Intro:বিহুৰ দিনটোতে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী।।বিদেশী আহিলে খেদি খেদি মৰিয়াব পৰিষদে।।

Body:
আজি মাঘ বিহু।বিহু পহিলা দিনটোতে প্ৰতিবাদত বহিল জাতীয় সংগঠন।নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এই প্ৰতিবাদ।

বিদেশী আহিলে খেদি খেদি মৰিয়াব সদৌ অসম যূৱ ছাত্ৰ পৰিষদৰ সদস্যই।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সকিয়নী বিদেশী বুজি জাপি দিলে পৰিৱেশ পৰিস্থিতি ভয়াবহ হব।

যোৰহাট জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত দিনযোৰা কাৰ্যসূচীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি হুংকাৰ প্ৰদান ৰাজ্য চৰকাৰক।কোনো কাৰণত মানি লোৱা নহব এই আইন।

byte_মৃদুল দাস(সাধাৰণ সম্পাদক,যোৰহাট জিলা সমিতি)

Conclusion:ভোগালী বিহুৰ পহিলা দিনটোতে ৰাজ্যত হোৱা প্ৰতিবাদে নিশ্চিত কৰিছে যদি আইন প্ৰযোজ্য হয় পৰিস্থিতি কি হবগৈ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.