ETV Bharat / state

যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰবক্তাৰ বিৰুদ্ধে ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ

গুৰু শিষ্যৰ সম্পৰ্কত কালিমা ৷ যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰবক্তাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷

author img

By

Published : Sep 10, 2019, 10:53 PM IST

যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰবক্তাৰ বিৰুদ্ধে ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ

যোৰহাট, 10 ছেপ্তেম্বৰঃ

  • যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰবক্তাৰ বিৰুদ্ধে ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ
  • কৃষি অৰ্থনীতি বিভাগৰ প্ৰবক্তা ড০ জ্যোতি গগৈৰ বিৰুদ্ধে এই অভিযোগ
  • ৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া স্নাতকোত্তৰ তৃতীয় কাউন্সেলিঙৰ বিষয়ে জানিবলৈ প্ৰবক্তাগৰাকীৰ কাষলৈ গৈছিল ছাত্ৰীগৰাকী
  • ৬ ছেপ্তেম্বৰত বিয়লি প্ৰবক্তাগৰাকীৰ ওচৰলৈ গৈছিল ছাত্ৰীগৰাকী
  • ছাত্ৰীগৰাকীৰ গাত হাত দি নিৰ্যাতন চলোৱাৰ অভিযোগ
  • বিশ্ববিদ্যালয়খনৰ নাৰী নিৰ্যাতন কোষত লিখিত অভিযোগ ছাত্ৰীগৰাকীৰ
  • লিখিত অভিযোগৰ ভিত্তিত দুয়ো পক্ষৰ শুনানি পিচতেই নিলম্বন ড০ জ্যোতি গগৈক
  • অনুশাসন কমিটিৰ সিদ্ধান্ত অনুসৰি অধ্যাপক ড০ জ্যোতি গগৈক নিলম্বন
  • অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এ এ ইউ/১০(১) /২০০৯/এফ এ/২০১৯/৪২১৬ নম্বৰ পত্ৰ যোগে নিলম্বনৰ নিৰ্দেশ
  • ইয়াৰ পূৰ্বেও বিভিন্ন নাৰীজনিত ঘটনাত জড়িত থকাৰ অভিযোগ গগৈৰ বিৰুদ্ধে

Intro:*যোৰহাটত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰবক্তাৰ ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ/প্ৰবক্তা নিলম্বিত*Body:গুৰু শিষ্যৰ সম্পৰ্কত এতিয়া ধৰিছে ঘুনে।।গুৰুৰ হাতত লঞ্চীতা শিষ্য।।

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত এগৰাকী প্ৰবক্তাৰ বিৰুদ্ধে ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ উঠাৰ ঘটনাই সমগ্ৰ যোৰহাটতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাৰ বিবৰণি অনুসৰি ৭ চেপ্টেম্বৰত অনুষ্ঠিত হোৱা স্নাতকোত্তৰৰ ৩য় কাউন্সিলিংৰ বিষয়ে জানিবৰ বাবে ৬ চেপ্তেম্বৰৰ বিয়লি এগৰাকী ছাত্ৰী এগ্ৰী কৃষি অৰ্থনীতি বিভাগৰ প্ৰবক্তা ড০ জ্যোতি গগৈৰ কাষলৈ গৈছিল । কিন্তু প্ৰবক্তাজনে ছাত্ৰী গৰাকীক কাউন্সিলিঙৰ বিষয়ে বুজোৱাৰ পৰিবৰ্তে গাত হাত দি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হয়। এই সমগ্ৰ ঘটনাৰ বিষয়ে ছাত্ৰী গৰাকীয়ে বিশ্ববিদ্যালয়খনৰ নাৰী নিৰ্যাতন কোষত লিখিত অভিযোগ দিয়ে। এই লিখিত অভিযোগৰ ওপৰত ভিত্তি কৰি দুয়ো পক্ষৰ শুনানি শুনাৰ পিচত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জিয়কে এ এ ইউ/১০(১) /২০০৯/এফ এ/২০১৯/৪২১৬ নম্বৰ পত্ৰ যোগে অনুশাসন কমিটিৰ সিদ্ধান্ত অনুসৰি অধ্যাপক ড০ জ্যোতি গগৈক নিলম্বন কৰে।
Conclusion:গুৰু শিষ্যৰ প্ৰৱিত্ৰ সৰ্ম্পকত দাগ লগোৱা এই লম্পত প্ৰব্যক্তাই ইয়াৰ আগতে এনেধৰণৰ বহু ঘটনা সংঘটিত কৰি আহিছিল যদিও কোনোও লোক লজ্জা বাবেই সাহস কৰা নাছিল।কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰন হোৱাৰ দৰে শেষত লম্পত জ্যোতি গগৈৰ ক্ষেত্ৰত একেই ঘটিল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.