ETV Bharat / state

যোৰহাট পৌৰসভাৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ আছুৰ

যোৰহাট পৌৰসভাৰ দুৰ্নীতি সন্দৰ্ভত সংবাদমেল সদৌ অসম ছাত্ৰ সন্থাৰ ৷ চহৰখনত যানজঁটৰ পৰা ৰক্ষা পাবলৈ নিৰ্মাণ কৰা কাৰ পাৰ্কিং প্লেচৰ নিৰ্মাণত যোৰহাট পৌৰসভাই ব্যাপক দুৰ্নীতি কৰে বুলি অভিযোগ উত্থাপন কৰে ৷

যোৰহাট
যোৰহাট পৌৰসভাৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ আছুৰ
author img

By

Published : Jan 20, 2020, 10:29 PM IST

যোৰহাট, 20 জানুৱাৰীঃ যোৰহাট পৌৰসভাত ব্যাপক দুৰ্নীতিৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ । সোমবাৰে সংগঠনটোৱে সংবাদমেল সম্বোধন কৰি উদঙালে বিজেপি নেতৃত্বাধীন পৌৰসভাৰ বৃহৎ কেলেংকাৰী ।

উল্লেখ্য যে, সোমবাৰে যোৰহাট প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জূল খাউণ্ডৰ লগতে যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই উদঙালে বিজেপিৰ দ্বাৰা পৰিচালিত যোৰহাট পৌৰসভাৰ দুৰ্নীতি। চহৰখনত যানজঁটৰ পৰা ৰক্ষা পাবলৈ কংগ্ৰেছ চৰকাৰ শাসনকাল অৰ্থাৎ ২০১৩ চনত ১০.৫ কোটি টকা ব্যয় সাপেক্ষে বহু মহলীয়া পাৰ্কিং প্লেচৰ আধাৰশিলা স্থাপন কৰে । কিন্তু বৰ্তমান পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল পাৰ্কিং প্লেচটো ৷

আনহাতে, সংবাদমেলত ছাত্ৰ সংন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদকজনে বহু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰে পৌৰসভাৰ বিপক্ষে । অভিযোগ অনুসৰি, পাৰ্কিং প্লেচটোৰ নিৰ্মাণৰ নামত আৰম্ভণি পৰ্যায়ত ১.৫০ কোটি নিবিদা লাভ কৰা গৌতম ভট্ৰই মোকলাই নিছিল ৩.৫০ কোটি টকা । ইয়াৰ উপৰিও ২০১৯ চনত অতিৰিক্ত ৩ কোটি মোকলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে সম্পাদক গৰাকীয়ে । কিন্তু শূণ্য সহনশীলতাৰ নীতি নিয়ম মানি চলা বিজেপিৰ পৌৰসভাই প্ৰকল্পটো পুনৰীক্ষণ নকৰাকৈয়ে পুনৰ সেই বেংক গেৰান্টি নথকা ঠিকাদাৰ জনক নিৰ্মাণ কাৰ্য চলাই যাবলৈ দিয়া নিৰ্দেশে ক্ষোভিত কৰিছে সংগঠনটোক ৷

যোৰহাট পৌৰসভাৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ আছুৰ

তাৰোপৰি শেহতীয়াকৈ কোনোধৰণৰ নিবিদা অবিহনে জনৈক সিং উপাধিৰ ঠিকাদাৰজনক জমা থকা ধনৰ প্ৰায় ১.৫০ কোটি টকা মোকলাই দিবলৈ জো-যা চলাইছে বুলি উল্লেখ কৰে আছুৱে । যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই পৌৰসভাৰ কেলেংকাৰী সন্দৰ্ভত স্বেতঃপত্ৰ প্ৰকাশ কৰিবলৈ দাবী কৰাৰ লগতে বিত্তীয় মন্ত্ৰীক শীঘ্ৰে পৌৰসভাৰ কেলেংকাৰী সম্পৰ্কীয় ৰাজহুৱা গণনা কৰিবলৈ দাবী জনায় ৷

আৰু পঢ়কঃ নিৰ্ভয়া ধৰ্ষণ কাণ্ডঃ দোষী পৱন কুমাৰ গুপ্তাৰ আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

Intro:সৰ্বকালৰ ব্যৰ্থ পৌৰসভা যোৰহাট পৌৰসভা।।ব্যাপক দূৰ্ণীতিৰ অভিযোগ সদৌ অসম ছাত্র সন্হাৰ।।সংবাদ মেলযোগে উদঙালে বিজেপি নেতৃত্বাধীন পৌৰসভাৰ বৃহৎ কেলেংকাৰী।।

Body:জাতিৰ জটিল সন্ধিক্ষণত ছাত্র সন্হাকে ধৰি অসমৰ ৰাইজ জাতীয় জীৱনৰ মহা সংগ্ৰাম খনত ব্যস্ত থকাৰ সময়য জনতাৰ অগোচৰে ব্যাপক দূৰ্ণীতি সংঘটিত কৰাৰ অভিযোগ ছাত্র সন্হাৰ।আজি যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা সংবাদ মেল সম্বোধন কৰি সদৌ অসম ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জূল খাউন্ডৰ লগতে যোৰহাট আঞ্চলিক ছাত্র সন্হাই উদঙালে বিজেপিৰ দ্বাৰা পৰিচালিত যোৰহাট পৌৰসভাৰ।

চহৰখনত বিগত কিছুবৰ্ষৰ পৰা ভয়াবহ যান জত্ৰৰ পৰা ৰক্ষা পাবলৈ ২০১৩ চনতে চহৰখনৰ সো-মাজতে পুৰণা বাছ আস্হানত এটা ১০.৫ কোটি টকা ধাৰ্য্য কৰি ২ বছৰৰ ভিতৰত কাম সম্পাদন কৰা লক্ষ্যৰে তদানীন্তন কংগ্ৰেছ চৰকাৰ খনে বহু মহলীয়া পাৰ্কিং পেলেচৰ আধাৰশিলা স্হাপন কৰিছিল।কিন্তু এতিয়া এই বহু মহলীয়া কাৰ পাৰ্কিং ভৱনতো বগা-হাতীত পৰিণত হৈছে।আনহাতে বৰ্তমানৰ বিজেপিৰ দ্বাৰা পৰিচালিত পৌৰসভাৰ বাবে খীৰতি গাইত পৰিণত হোৱা পৰিলক্ষিত হৈছে।
সংবাদমেলত ছাত্র সংন্হাৰ কেন্দ্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক জনে বহু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰে পৌৰসভাৰ বিপক্ষে।অভিযোগ অনুজাৰি ইতিমধ্যে বহু মহলীয়া কাৰ-পাৰ্কিং নিৰ্মাণ নামত আৰম্ভণি পয্যায়ত ১.৫০ কোটি নিবিদা লাভ কৰা গৌতম ভট্ৰ ই মোকোলাই নিছিল ৩.৫০ কোটি টকা।
ইয়াৰ পিছত চৰকাৰ সলনি হল পৰিবৰ্তনৰ আচিলা লৈ যোৰহাট বিজেপিয়ে পৌৰসভা গঠন কৰিলে ।কিন্তু শূণ্য সহনশীলতাৰ নীতি নিয়ম মানি চলা বিজেপিৰ পৌৰসভাই প্ৰকল্পটো পুনৰ নিৰীক্ষণ নকৰাকৈয়ে পুনৰ সেই একেজন ঠিকাদাৰক বেংক গেৰান্টি নথকা ঠিকাদাৰ জনক নিৰ্মাণ কাৰ্য চলাই যাবলৈ নিৰ্দেশ দিলে।ইয়াৰ উপৰিও ২০১৯ চনত অতিৰিক্ত ৩ কোটি মুকলাই দিয়াৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে।
আনহাতে শেহতীয়া কৈ কোনোধৰণৰ নিবিদা অবিহনে জনৈক সিং উপাধি এজন ঠিকাদাৰক শেহতীয়া কৈ জমা থকা ধনৰ প্ৰায় ১.৫০ কোটি টকা মুকলাই দিবলৈ যো-যা চলাইছে।
সৰ্বকালৰ ব্যৰ্থ পৌৰসভানে বহু কেলেংকাৰী সংঘটিত কৰা বুলি উল্লেখ কৰি যোৰহাট আঞ্চলিক ছাত্র সন্হাই পৌৰসভাৰ কেলেংকাৰী সন্দৰ্ভত স্বেত:প্ৰত্ৰ প্ৰকাশ কৰিবলৈ দাবী কৰাৰ লগতে বিত্তীয় মন্ত্ৰীক আহ্বান পৌৰসভাৰ কেলেংকাৰী সম্পৰ্কীয় পাবলিক অডীত কৰিবলৈ দাবী কৰে।

Conclusion:অহা ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ পৰা যোৰহাট পৌৰসভাৰ বিৰুদ্ধে ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ যোৰহাট আঞ্চলিক ছাত্র সন্হাৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.