ETV Bharat / state

ক’ভিডত আক্ৰান্ত যোৰহাটৰ ন্যায়িক দণ্ডাধীশ - প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ

যোৰাহাট আদালতত এগৰাকী প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ দেহত ক’ভিড 19ৰ অৱস্থিতি ধৰা পৰে ৷ আক্রান্ত ন্যায়িক দণ্ডাধীশ গৰাকীৰ নাম মন ময়ূৰী গগৈ বুলি জানিব পৰা যায় ৷ মঙলবাৰে কৰা আৰএটি টেষ্টত দণ্ডাধীশগৰাকী ক’ভিডত আক্ৰান্ত বুলি ধৰা পৰে ৷

মহামাৰী কৰ’ণাক লৈ কঠোৰ হৈছে যোৰহাট জিলা প্ৰশাসন

author img

By

Published : Apr 21, 2021, 12:21 PM IST

যোৰহাট, 21 এপ্ৰিল : যোৰহাটত ক'ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ গণসংক্ৰমণৰ ফালে গতি কৰিছে যোৰহাট ৷ যোৰহাট জিলা উপায়ুক্তগৰাকীয়ে জানোৱা মতে, যোৰহাট জিলাত বৰ্তমানলৈ কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা 218 গৰাকীলৈ বৃদ্ধি পাইছে ৷ যোৰাহাট আদালতত এগৰাকী প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ দেহত ক’ভিড 19ৰ অৱস্থিতি ধৰা পৰাত আদালতত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ আক্রান্ত ন্যায়িক দণ্ডাধীশ গৰাকীৰ নাম মন ময়ূৰী গগৈ বুলি জানিব পৰা যায় ৷ মঙলবাৰে কৰা আৰএটি টেষ্টত দণ্ডাধীশগৰাকী ক’ভিডত আক্ৰান্ত বুলি ধৰা পৰে ৷

মহামাৰী কৰ’ণাক লৈ কঠোৰ হৈছে যোৰহাট জিলা প্ৰশাসন

উল্লেখ্য যে, ৰাজ্য চৰকাৰে কৰ’ণা প্ৰতিৰোধৰ বাবে ল’ব লগীয়া সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এনে ক্ষেত্ৰত কঠোৰ হয় যোৰহাট জিলা প্ৰশাসনো ৷ যোৰহাট জিলা উপায়ুক্তই এক সংবাদমেলত সাংবাদিকৰ আগত যোৰহাটবাসী ৰাইজক সাৱধান আৰু সচেতন হৈ থাকিবৰ বাবে আহ্বান জনাই ৷ ইয়াৰ উপৰিও উপায়ুক্তগৰাকীয়ে সকলোকে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ কোৱাৰ লগতে মাস্ক কিনিব নোৱাৰা সাধাৰণ দুখীয়া ৰাইজক প্ৰশাসনে নিজেই মাস্ক আগবঢ়াইছে বুলি কয় ৷

লগতে পঢ়ক : প্ৰতিষেধক গ্ৰহণৰ পাছতো ক'ভিডত আক্ৰান্ত চিকিৎসক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.