ETV Bharat / state

টীয়কত মহিলাক অশালীন ব্যৱহাৰ কৰি ৰঙাঘৰলৈ যুৱক

টীয়কৰ জাঁজীত মহিলাক অশালীন ব্যৱহাৰ কৰি ৰঙাঘৰলৈ গ'ল যুৱক ৷ টীয়কৰ জাঁজী দলঙৰ তলত সংঘটিত হয় এই লজ্জাজনক ঘটনাটো ৷

টীয়কত মহিলাক অশালীন ব্যৱহাৰ কৰি ৰঙাঘৰলৈ যুৱক
author img

By

Published : Oct 20, 2019, 6:22 AM IST

টীয়ক, 19 অক্টোবৰঃ :টীয়কৰ জাঁজীত মহিলাক অশালীন ব্যৱহাৰ কৰি ৰঙাঘৰলৈ গ'ল যুৱক ৷ টীয়কৰ জাঁজী দলঙৰ তলত সংঘটিত হয় এই লজ্জাজনক ঘটনাটো ৷ কাপোৰৰ ব্যৱসায়ী কৰা মহিলা এগৰাকীয়ে ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি গাঁৱৰ পথত গৈ থকা অৱস্থাতে পাছফালৰ পৰা পৰেশ নামৰ এজন যুৱকে মহিলাগৰাকীক মুখত সোপা মাৰি পথৰ কাষৰ পুখুৰীত পেলাই দিয়ে ৷ মহিলাগৰাকীয়ে কোনোমতে চিঞৰ বাখৰ কৰাত ওচৰত ৰাইজ ঘটনাস্হলীত উপস্থিত হৈ মহিলাগৰাকী ৰক্ষা কৰে আৰু অভিযোক্ত যুৱকজনক আৰক্ষীক চমজাই দিয়ে ৷ আৰক্ষীয়ে ইতিমধ্যে টীয়ক এফ আৰ ইউত মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰিছে আৰু অভিযুক্তজনক জেললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে ৷

Intro:Body:টীয়কৰ জাঁজীত মহিলাক অশালীন ব্যৱহাৰ কৰি যুৱক ৰঙাঘৰলৈ
TEOK:টীয়কৰ জাঁজী দলঙৰ তলত সংঘটিত হয় এক লজ্জাজনক ঘটনা।জানিব পৰা মতে কাপোৰৰ ব্যৱসায়ী মহিলা এগৰাকীয়ে ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি গাঁৱৰ পথত গৈ থকা অৱস্থাত পাছফালৰ পৰা এজন অচিনাক্ত যুৱকে মহিলাগৰাকীক মুখত সোপা মাৰি পথৰ কাষৰ পুখুৰীত পেলাই দিয়ে। অৱশ্যে মহিলাগৰাকীয়ে কোনোমতে চিঞৰ বাখৰ কৰাত ওচৰত ৰাইজ ঘটনাস্হলীত উপস্থিত হৈ মহিলাগৰাকী ৰক্ষা কৰে আৰু অভিযোক্ত যুৱকজনক আৰক্ষীক চমজাই দিয়ে।আৰক্ষীয়ে ইতিমধ্যে টীয়ক এফ আৰ ইউত মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰিছে আৰু অভিযোক্তজনক জেললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.