ETV Bharat / state

এগৰাকী ৬০ উৰ্ধৰ ব্যক্তিৰ আশ্ৰয়থল প্ৰস্তুত কৰি দিলে "চেলেংহাট হেল্থ ক্লাৱে" - ৰোগীয়া ব্যক্তি

টীয়কৰ চেলেংহাট হেল্থ ক্লাৱৰ মহানুভৱতা ৷ মানুহে মানুহৰ বাবে' এই বাক্য শাৰী আগত লৈ মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে টীয়কৰ "চেলেংহাট হেল্থ ক্লাৱে"।

a-60-year-old-mans-shelter-was-prepared-by-the-shelenghat-health-club
এগৰাকী ৬০ উৰ্ধৰ ব্যক্তিৰ আশ্ৰয়থল প্ৰস্তুত কৰি দিলে "চেলেংহাট হেল্থ ক্লাৱে"
author img

By

Published : Dec 7, 2020, 9:57 PM IST

টীয়ক,7 ডিচেম্বৰ : টীয়কৰ চেলেংহাট হেল্থ ক্লাৱৰ মহানুভৱতা ৷ 'মানুহে মানুহৰ বাবে' এই বাক্য শাৰীক অনুকৰণ কৰি মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে টীয়কৰ "চেলেংহাট হেল্থ ক্লাৱে"। আঘোণৰ বতৰত ব্যস্ততাৰ মাজতো টীয়কৰ নামচেচুৰ জিৰণি চৰাত দীৰ্ঘদিন ধৰি অসহায় অৱস্থাত জীৱন নিৰ্বাহ কৰি থকা এজন প্ৰায় ৬০ উৰ্ধৰ ব্যক্তিক সহায় কৰিবলৈ আগবাঢ়ি আহিছে চেলেংহাট হেল্থ ক্লাৱ নামৰ সংস্থাটো ৷

a-60-year-old-mans-shelter-was-prepared-by-the-shelenghat-health-club
এগৰাকী ৬০ উৰ্ধৰ ব্যক্তিৰ আশ্ৰয়থল প্ৰস্তুত কৰি দিলে "চেলেংহাট হেল্থ ক্লাৱে"

উল্লেখযোগ্য যে সংস্থাটোৱে এই ৰোগীয়া ব্যক্তিজনৰ প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা, ব্যক্তিজন থাকিব পৰকৈ জীৰণি চ’ৰাটো প’লিথিনেৰে সুন্দৰ কৈ বান্ধি সাধ্য অনুসৰি কিছু খাদ্যবস্তু, জিৰণি ল’বৰ বাবে এখন বিচনাৰ ব্যৱস্থা কৰি দিছে ৷ বছৰ বছৰ ধৰি স্থানীয় ৰাইজে খাদ্য সামগ্ৰী যোগান ধৰি অহা এই ৰোগীয়া ব্যক্তিজনক এই খিনি সুবিধা কৰি দিয়াৰ বাবে সকলোৱে আদৰণি জনাইছে ৷

লগতে পঢ়ক:ধনশিৰিত ভোটাধিকাৰৰ বাবে প্ৰশাসনৰ বিশেষ পদক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.