ETV Bharat / state

যোৰহাটত পুনৰ 5 জনৰ শৰীৰত কৰ’ণা পজিটিভ - যোৰহাটত কৰ’ণা পজিটিভ

যোৰহাটত পুনৰ 5 জনৰ শৰীৰত কৰ’ণা পজিটিভ ৷ লগতে আৰোগ্য হোৱা 4 জন ৰোগীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়ে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

যোৰহাটত পুনৰ 5 জনৰ শৰীৰত কৰ’ণা পজিটিভ
যোৰহাটত পুনৰ 5 জনৰ শৰীৰত কৰ’ণা পজিটিভ
author img

By

Published : May 30, 2020, 7:51 PM IST

যোগহাট, 30 মে’: যোৰহাটত শনিবাৰে পুনৰ 5 জনৰ দেহত ধৰা পৰিছে কৰ’ণা পজিটিভ ৷ 26 মে’ তাৰিখে আটাইকেইজন ঘূৰি আহিছিল বহিঃৰাজ্যৰ পৰা ৷

যোৰহাটত পুনৰ 5 জনৰ শৰীৰত কৰ’ণা পজিটিভ
যোৰহাটত পুনৰ 5 জনৰ শৰীৰত কৰ’ণা পজিটিভ

আনহাতে, স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আৰোগ্য হোৱা 4 জন ৰোগীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়ে ৷

লগতে পঢ়ক: যোৰহাটত প্ৰথমটো কোভিড-19 পৰীক্ষাগাৰ উদ্ধোধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.