ETV Bharat / state

নাগালেণ্ডৰ পৰা অসমলৈ অহা 400 শ্ৰমিকক কোৱাৰেন্টাইন

author img

By

Published : Apr 23, 2020, 7:58 PM IST

Updated : Apr 23, 2020, 8:07 PM IST

অসমৰ চুবুৰীয়া ৰাজ্য সমূহত কৰ্মৰত হৈ থকা শ্ৰমিক সকলেও কাম-কাজ বন্ধ থকাত অৰ্থ সংকটত ভুগি নিজ ৰাজ্যলৈ খোজ কাঢ়িয়েই আহিবলৈ বাধ্য হৈ পৰিছে ৷

400-people-walk-to-assam-from-nagaland-due-to-lock-down
লক ডাউনঃ নাগালেণ্ডৰ পৰা অসমলৈ অহা 400 শ্ৰমিকক কোৱাৰেন্টাইন

মৰিয়নী, 23 এপ্ৰিল: লক ডাউনৰ ফলত বহিঃৰাজ্যৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত আবদ্ধ হৈ থকা বহু লোকে যাতায়াত স্তব্ধ হৈ পৰাৰ ফলত বহু দিন ধৰি আবদ্ধ হৈ পৰিবলগীয়া হৈছে ৷ যাৰ ফলত এতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হৈ এই লোকসকলে যাতায়ত ব্যৱস্থা স্বাভাৱিক অৱস্থালৈ ঘূৰি অহালৈ বাট নাচায় শ-শ কিলোমিটাৰ খোজ কাঢ়িয়েই স্ব-গৃহলৈ যাবলৈ বাধ্য হৈ পৰিছে ৷ অসমৰ চুবুৰীয়া ৰাজ্য সমূহত কৰ্মৰত হৈ থকা শ্ৰমিক সকলেও কাম-কাজ বন্ধ থকাত অৰ্থ সংকটত ভুগি নিজ ৰাজ্যলৈ খোজ কাঢ়িয়েই আহি আছে ৷ নাগালেণ্ডৰ পৰা অসমৰ বিভিন্ন ঠাইত থকা নিজগৃহ অভিমূখে খোজকাঢ়ি আহি থকা তেনে 400 গৰাকী লোকক মৰিয়নীত যোৰহাট জিলা প্ৰশাসনে আবদ্ধ কৰি মৰিয়নী নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোৱাৰেন্টাইন কৰে ৷

নাগালেণ্ডৰ বিভিন্ন অঞ্চলৰ কয়লা খনিত শ্ৰমিক হিচাপে এই লোককেইজন নিয়োজিত হৈ আছিল বুলি জানিব পৰা গৈছে ৷ কোৱাৰেন্টাইন কৰা শ্ৰমিক কেইজনৰ ঘৰ অসমৰ গোলাঘাট,তিতাবৰ বৰহোলা,বোকাজান,কাৰ্বি আংলং,ডিফু,উৰিয়ামঘাট আদিত আছিল ৷ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে শ্ৰমিক কেইজনক স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত

লগতে পঢ়ক : ভুৱা গোচৰত বন্দী কৰি ৰাখিছে পুত্ৰ অখিল গগৈকঃ প্ৰিয়দা গগৈ

Last Updated : Apr 23, 2020, 8:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.