ETV Bharat / state

19 গৰাকী স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা যোৰহাট জিলা প্ৰশাসনৰ - যোৰহাটৰ প্ৰথমটো কৰ’ণাৰ সৈতে যুঁজা দল

যোৰহাটত 19 গৰাকী চিকিৎসা কৰ্মীক সম্বৰ্ধনা জ্ঞাপন যোৰহাট জিলা প্ৰশাসনৰ ৷ এই 19 গৰাকী স্বাস্থ্য কৰ্মী হৈছে যোৰহাটৰ প্ৰথমটো কৰ’ণাৰ সৈতে যুঁজা দল ৷ দলটোত 8 জন ডাক্তৰসহ 19 গৰাকী চিকিৎসা কৰ্মী আছে ৷

স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা যোৰহাট জিলা প্ৰশাসনৰ

author img

By

Published : May 23, 2020, 8:28 PM IST

যোৰহাট, 23 মে’: শনিবাৰে যোৰহাটত কৰ’ণাৰ সৈতে যুঁজ দিয়াসকলক সম্বৰ্ধনা জ্ঞাপন কৰে যোৰহাট জিলা প্ৰশাসনে ৷ যোৰহাটৰ 19 গৰাকী স্বাস্থ্যকৰ্মীক সম্বৰ্ধনা জনায় জিলা প্ৰশাসনে ৷ উল্লেখ্য যে, সম্বৰ্ধনা জনোৱা যোৰহাটৰ এই 19 গৰাকী স্বাস্থ্য কৰ্মী হৈছে যোৰহাটৰ প্ৰথমটো কৰ’ণাৰ সৈতে যুঁজ দিয়া দল ৷

স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা যোৰহাট জিলা প্ৰশাসনৰ

যোৰহাটৰ কৰ’ণা পজিটিভ ওলোৱা প্ৰথমজন ৰোগীৰ চিকিৎসাৰ সময়ত আছিল এই 19 গৰাকী স্বাস্থ্য কৰ্মী ৷ ইয়াৰ পিছত 7 দিন যোৰহাটৰ হোটেল নিকিতাত কোৱাৰেণ্টাইন হিচাপে ৰখা হৈছিল স্বাস্থ্য কৰ্মীকেইজনক ৷ 7 দিন কোৱাৰেণ্টাইনৰ অন্তত পুনৰ মহামাৰী কৰ’ণাৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে স্বাস্থ্য কৰ্মীকেইজন ৷ স্বাস্থ্য কৰ্মীৰ দলটোত 8 গৰাকী ডাক্তৰসহ 19 গৰাকী চিকিৎসা কৰ্মী আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: গুৱাহাটীত পুণৰ নতুন কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.