ETV Bharat / state

মৰিয়নীত বীৰ বিৰচা মুণ্ডাৰ 144 সংখ্যক জন্মজয়ন্তী উদযাপন

মৰিয়নীত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ 144 সংখ্যক জন্মজয়ন্তী উদযাপন ৷  অসম মুণ্ডা মহাসভাৰ যোৰহাট জিলা সমিতিয়ে মৰিয়নীৰ নগাধূলি চাহ বাগিচাত উলহ-মালহেৰে পালন কৰে ৰাষ্ট্ৰীয় শ্বহীদ বীৰজনৰ জন্মদিৱস ৷

author img

By

Published : Nov 16, 2019, 11:04 AM IST

মৰিয়নীত বীৰ বিৰচা মুণ্ডাৰ 144 সংখ্যক জন্মজয়ন্তী উদযাপন

মৰিয়নী, 16 নৱেম্বৰঃ মৰিয়নীত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ 144 সংখ্যক জন্মজয়ন্তী উদযাপন ৷ অসম মুণ্ডা মহাসভাৰ যোৰহাট জিলা সমিতিয়ে মৰিয়নীৰ নগাধূলি চাহ বাগিচাত উলহ-মালহেৰে পালন কৰে ৰাষ্ট্ৰীয় শ্বহীদ বীৰজনৰ জন্মদিৱসটো ৷ এই সভাত বৃহত্তৰ মৰিয়নী অঞ্চলৰ আঞ্চলিক সমিতিৰ প্ৰায় 7 হাজাৰৰো অধিক মুণ্ডালোক একত্ৰিত হয় ৷

ইয়াৰোপৰি বিশাল সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ আনহাতে এই সভাত অসম মুণ্ডা সমাজে ৰাজ্যখনত বসবাস কৰা অন্য চাহ জনগোষ্ঠীৰ দৰে তেওঁলোকৰ নিজস্ব স্বকীয়তা আৰু পৰম্পৰা বজাই ৰাখি জাতিটোক শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, দিশত আগবঢ়াই চাহ বাগিচা সমূহত চলি থকা অন্ধবিশ্বাস দূৰ কৰিবলৈ এই সভাৰ পৰাই আহ্বান জনায় ।

আৰু পঢ়কঃ সমগ্ৰ ৰাজ্যজুৰি CAB বিৰোধী প্ৰতিবাদ

Intro:Munda mohaxova

মৰিয়নীত জিলা ভিত্তিত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ ১৪৪ তম জন্মজয়ন্তী উদযাপন।

ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ ১৪৪ তম জন্মজয়ন্তী লগত সংহতি ৰাখি অসম মুণ্ডা মহা সভাৰ যোৰহাট জিলা সমিতিয়ে মৰিয়নীৰ নগাধূলি চাহ বাগিচাত উলহ মালহৰে উদযাপন কৰে। যোৰহাট জিলা সমিতিৰ উদ্যোগত উদযাপন কৰা এই সভাত পূব নকছাৰী, নগাধূলি, মৰিয়নী, টিয়ক, হোলোঙাপাৰ, তিতাবৰ, ঢেকীয়াজুলি আৰু মহবন্ধা আঞ্চলিক সমিতিৰ প্ৰায় ৭ হেজাৰৰো অধিক মুণ্ডা সকল একত্ৰিত হয়। পুৱা পতকা উত্তোলনৰ পাছত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে এই অনুষ্ঠান মুকলি কৰে। অসমত বসবাস কৰা অন্য চাহ জনগোষ্ঠীৰ দৰে তেওঁলোকৰ নিজস্ব স্বকীয়তা আৰু পৰম্পৰা বজাই ৰাখি জাতিটোক শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, দিশত আগবঢ়াই চাহ বাগিচা অঞ্চলসমূহত চলি থকা অন্ধবিশ্বাস দূৰ কৰি বলৈ এই সভাৰ দ্বাৰা আহ্বান জনায় অসম মুণ্ডা সমাজে।
Bite

Ranjit Borah
MarianiBody:Mariani Munda Mohaxova

MarianiConclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.