ETV Bharat / state

Burmese supari seized in Hojai: হোজাইত ২৫ বস্তা বাৰ্মিজ চুপাৰীসহ টাটা মেজিক জব্দ

author img

By

Published : Dec 17, 2022, 10:39 PM IST

হোজাই আৰক্ষীৰ অভিযানত ২৫ বস্তা বাৰ্মিজ চুপাৰীসহ এখন টাটা মেজিক জব্দ ৷ ৫৪ নং চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ জোৰাপুখুৰীত জব্দ কৰা হৈছে বাৰ্মিজ চুপাৰীখিনি (Burmese supari seized in Hojai)৷

Burmese supari seized in Hojai
বাৰ্মিজ চুপাৰীসহ আটক তিনি সৰবৰাহকাৰী
বাৰ্মিজ চুপাৰীসহ আটক তিনি সৰবৰাহকাৰী
  • হোজাই আৰক্ষীৰ অভিযানত ২৫ বস্তা বাৰ্মিজ চুপাৰীসহ এখন টাটা মেজিক জব্দ (Burmese supari seized in Hojai)
  • ৫৪ নং চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ জোৰাপুখুৰীত জব্দ কৰা হৈছে বাৰ্মিজ চুপাৰীখিনি (Burmese betel nut in Hojai)
  • AS-02BC-8057 নম্বৰৰ টাটা মেজিকখন জব্দ কৰাৰ লগতে আটক কৰে তিনি সৰবৰাহকাৰী
  • আটকাধীনকেইজন হৈছে বিচু পাল, সঞ্জয় দাস আৰু সঞ্জীৱ দাস
  • মেজিকখনৰ চালক/পৰিচালকসহ তিনিও সৰবৰাহকাৰীয়ে চুপাৰীখিনি লামডিঙৰ পৰা গুৱাহাটীলৈ বুলি সৰবৰাহৰ চেষ্টা কৰিছিল
  • ধৃত চুপাৰী সৰবৰাহকাৰী তিনিওৰে ঘৰ লামডিঙত
  • জব্দকৃত ২৫ টা বস্তাৰ প্ৰতিটো বস্তাত ২৫ কিল’গ্ৰামকৈ আছিল চুপাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.