ETV Bharat / state

লংকাত চুৰি সামগ্ৰী উদ্ধাৰ

author img

By

Published : Jun 17, 2020, 6:39 PM IST

হোজাইৰ লংকা আৰক্ষীৰ বৃহৎ সফলতা লাভ । এক অভিযান চলাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে এজন চোৰ ৷ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে একাধিক চুৰি সামগ্ৰী ৷

stolen essentials recovered at lanka hojai assam etv bharat news
লংকাত চুৰি সামগ্ৰী উদ্ধাৰ

হোজাই,17 জুন: হোজাই জিলাৰ লংকা আৰক্ষীয়ে এক অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে একাধিক চুৰি সামগ্ৰী ৷ লংকাৰ দাবলঙৰ পৰা আৰক্ষীয়ে এই সামগ্ৰী উদ্ধাৰৰ লগতে আটক কৰিবলৈ সক্ষম হৈছে এজন চোৰ ৷ বিগত 12 জুনত অঞ্চলটোৰ জয়ৰাম বস্তি নিবাসী আব্দুল হানিবৰ বাসগৃহত কোনো নথকাৰ সুযোগ লৈ চোৰে চলাইছিল চাফাই অভিযান । উক্ত চুৰিৰ সংক্ৰান্তত লংকা থানাত 282/20 ভাৰতীয় দণ্ডবিধিৰ অধীনত 457/380 নম্বৰত এক গোচৰ ৰুজু কৰিছিল ভুক্তভোগী ব্যক্তিজনে ৷

লংকাত চুৰি সামগ্ৰী উদ্ধাৰ

উল্লেখ্য যে,লংকা আৰক্ষী থানাৰ বিষয়া বিশ্বজ্যোতি শৰ্মাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অঞ্চলটোত অভিযান চলাই শুকুৰ আলী নামৰ এজন দুৰ্ধৰ্ষ চোৰক আটক কৰাৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় চুৰি সামগ্ৰী ৷

লগতে চাওকঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুকলি তৃতীয়টো Covid 19 পৰীক্ষাগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.