ETV Bharat / state

লংকাত জব্দ চোৰাং গৰু

অসম-বাংলাদেশ সীমান্তৰে চোৰাং সৰবৰাহকাৰীয়ে ধাৰাবাহিকভাৱে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ গৰু সৰবৰাহ কৰি আহিছে ৷ সীমান্ত অঞ্চলত সীমান্ত সুৰক্ষা বাহিনী (BSF)য়ে অহৰহ দৃষ্টি ৰখাৰ মাজতো হ্ৰাস পোৱা নাই গৰুৰ চোৰাং সৰবৰাহ (Cow Smuggler) ৷ এনে সময়তে বৃহস্পতিবাৰে লংকাত ২০ টা গৰু (Cow) জব্দ কৰা হয় ৷

Cow Seize at Hহোজাই জিলা লংকাত জব্দ চোৰাং গৰুojai
হোজাই জিলা লংকাত জব্দ চোৰাং গৰু
author img

By

Published : Jul 15, 2021, 9:41 PM IST

হোজাই, 15 জুলাই : হোজাই জিলাৰ লংকাত বৃহস্পতিবাৰে পুৱা স্থানীয় লোকে চোৰাংভাৱে কঢ়িওৱা ২০ টা গৰু জব্দ কৰা হয় । হোজাইৰ লংকা-লামডিং ৰোডত প্ৰাতঃভ্ৰমণত অহা লোকে গৰুকেইটা লৈ গৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি সন্দেহ ওপজাত লংকা আৰক্ষী (Lanka Police)ক অৱগত কৰে ৷ লংকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গৰুকেইটা জব্দ কৰে ।

গৰু সৰবৰাহকাৰী (Cow Smuggler) কেইটাই গৰুবোৰ লংকাৰ পৰা নীলবাগান, মোৰাঝাৰ আৰু ইছলাম নগৰলৈ নিয়াৰ কথা আৰক্ষী (Lanka Police)ৰ আগত ব্যক্ত কৰে ৷ সৰবৰাহকাৰী কেইটাৰ লগত নাছিল কোনো পৰ্যাপ্ত নথিপত্ৰ । বৰ্তমান লংকা আৰক্ষী থানাত গৰু (Cow)কেইটা ৰাখি লংকা আৰক্ষী (Lanka Police)য়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । গৰু (Cow)কেইটাৰ গৰাকীয়ে উপযুক্ত নথি দেখুৱালে গৰু (Cow)কেইটা গৰাকীৰ হাতত গতাই দিয়া হ’ব বুলি জানিবলৈ দিয়ে লংকা আৰক্ষী (Lanka Police)য়ে ।

অসম-বাংলাদেশ সীমান্তয়েদি চোৰাং সৰবৰাহকাৰীয়ে ধাৰাবাহিকভাৱে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ গৰু (Cow)সৰবৰাহ কৰি আহিছে ৷ সীমান্ত অঞ্চলত সীমান্ত সুৰক্ষা বাহিনী (BSF)য়ে কটকটীয়া অহৰহ দৃষ্টি ৰখাৰ মাজতো হ্ৰাস পোৱা নাই গৰুৰ চোৰাং সৰবৰাহ (Cow Smuggler) ৷ এনে সময়তে লংকা আৰক্ষীয়ে গৰু (Cow)কেইটা উদ্ধাৰ কৰাত সেয়া অবৈধ সৰবৰাহৰ বাবে প্ৰেৰণ কৰা হৈছে নেকি, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : কচুৱাৰ লংজাপ উত্তৰ কলনীত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.