ETV Bharat / state

শিবু মিশ্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : Mar 27, 2021, 10:17 PM IST

লামডিং সমষ্টিৰ ১ নং কাকী চাৰিআলি ক্ৰীড়া সন্থাৰ খেলপথাৰত এই বিজেপিৰ নিৰ্বাচনী সভাখন অনুষ্ঠিত হয় । সভাখনত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে বিজেপি ৰাজ্যিক সম্পাদিকা মৰমী মুদৈ, হোজাই জিলা বিজেপি সভাপতি অনুপ দেব, প্ৰাক্তন কেন্দ্ৰীয় ৰেল মন্ত্ৰী ৰাজেন গোঁহাইৰ লগতে বিজেপিৰ বহু দলীয় নেতা-কৰ্মী।

শিবু মিশ্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ
শিবু মিশ্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ

হোজাই,27 মাৰ্চ: শনিবাৰে 92 নং লামডিং সমষ্টিৰ বিজেপি মনোনীত প্ৰাৰ্থী শিবু মিশ্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । লামডিং সমষ্টিৰ 1 নং কাকী চাৰিআলী ক্ৰীড়া সন্থাৰ খেলপথাৰত এই বিজেপিৰ নিৰ্বাচনী সভাখন অনুষ্ঠিত হয় । সভাখনত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে বিজেপি ৰাজ্যিক সম্পাদিকা মৰমী মুদৈ, হোজাই জিলা বিজেপি সভাপতি অনুপ দেব, প্ৰাক্তন কেন্দ্ৰীয় ৰেল মন্ত্ৰী ৰাজেন গোঁহাইৰ লগতে বিজেপিৰ বহু দলীয় নেতা-কৰ্মী ।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিজেপি শাসনলৈ আহিলে সকলো কাকী বাসী ৰাইজক ভূমি পট্টা প্ৰদান কৰিব । লগতে বিজেপি চৰকাৰে প্ৰদান কৰা বিভিন্ন আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰাৰ লগতে আগন্তুক বিজেপি চৰকাৰ আহিলে ৰাইজক আৰু বহুতো সুবিধা প্ৰদান কৰা হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ইপিনে লামাডিং সমষ্টিৰ ৰাইজক ভোট দি বিজেপিক জয়জুক্ত কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়কঃ ৰাতাবাৰীত শম্ভূ সিং মাল্লাৰ হৈ নিৰ্বাচনী প্ৰচাৰ তেজস্বী যাদৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.