ETV Bharat / state

Turtle rescued: মধুৰাবিলত উদ্ধাৰ বিৰল প্ৰজাতিৰ কাছ

author img

By

Published : Nov 18, 2021, 10:39 AM IST

Updated : Nov 18, 2021, 4:30 PM IST

হোজাই জিলাত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ ৷ মন্নাছ আলী নামৰ এজন ব্যক্তিৰ ঘৰৰ সমীপত উদ্ধাৰ বিৰল প্ৰজাতিৰ কাছটো ৷ কাছটো উদ্ধাৰ কৰি বন বিভাগে এৰি দিয়ে লামডিং বনাঞ্চলত ৷

turtle rescue in Hojai
turtle rescue in Hojai

হোজাই, 18 নৱেম্বৰ : হোজাই(Hojai) জিলাৰ মধুৰাবিলত উদ্ধাৰ কৰা হৈছে এটি বিৰল প্ৰজাতিৰ কাছ(Rare species of turtle) ৷ বুধবাৰে দুপৰীয়াৰ ভাগত জুঠাংবস্তিৰ বাসিন্দা মন্নাছ আলী নামৰ এজন ব্যক্তিৰ ঘৰৰ সমীপতেই থকা মধুৰাবিলত ঘাঁহ কাটি থকা অৱস্থাত প্ৰত্যক্ষ কৰে এটা বিৰল প্ৰজাতিৰ কাছ ৷

কাছটো (turtle)প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ মন্নাছ আলীয়ে খবৰ দিয়ে বনবিভাগক(Forest Department) ৷ ইয়াৰ পাছতে বন বিভাগে লাভ কৰা খবৰৰ ভিত্তিত সেই স্থানত উপস্থিত হৈ উক্ত কাছটো উদ্ধাৰ কৰি হোজাই জিলাৰ সমীপতে থকা লামডিং বনাঞ্চল(Lumding Forest)ত এৰি দিয়ে ৷

লগতে পঢ়ক : Gambler arrested : জুৱাৰ ঘাটি উচ্ছেদ কৰি আৰক্ষীয়ে আটক কৰিলে 14 টা জুৱাৰী

Last Updated : Nov 18, 2021, 4:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.