ETV Bharat / state

হোজাইত সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত প্ৰতিবাদ

author img

By

Published : Nov 14, 2020, 8:51 PM IST

শনিবাৰে হোজাই লংকাজান নতুন বজাৰত হোজাই জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতে হাতে ম’মবাতি লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে প্ৰতিবাদকাৰী সকলে ।

protest agianst death repoter parag bhyuan at hojai
হোজাইত সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত প্ৰতিবাদ

হোজাই, 14 নৱেম্বৰঃ ৰাজ্যজুৰি অব্যাহত আছে সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত বিচাৰি প্ৰতিবাদ। শনিবাৰে হোজাই লংকাজান নতুন বজাৰত হোজাই জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতে হাতে ম’মবাতি লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে প্ৰতিবাদকাৰী সকলে ।

প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হুচিয়াৰ, বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনি দি প্ৰতিবাদস্থলী উত্তাল কৰি তুলে। ইপিনে প্ৰতিবাদস্থলীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতিও দাহ কৰে প্ৰতিবাদকাৰী সকলে। অতি শীঘ্ৰে পৰাগ ভূঞাৰ হত্যাৰ ন্যায় বিচাৰি চি বি আই তদন্তৰ দাবী তুলে প্ৰতিবাদকাৰী সকলে।

লগতে পঢ়কঃ দেওবাৰে বাসগৃহ পোৱাৰ সম্ভাৱনা হৰধন ৰায়ৰ নশ্বৰদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.