ETV Bharat / state

দেশৰ অন্যান্য প্ৰান্তৰ লগতে লামডিঙতো চীনৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Jun 19, 2020, 8:17 PM IST

সীমান্তত ভাৰতীয় সেনাক আক্ৰমণ কৰি ২০ জনকৈ ভাৰতীয় সেনাক হত্যাৰ পাছত চীনৰ বিৰুদ্ধে সমগ্ৰ দেশত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ । জ্বলাইছে চীনৰ ৰাষ্ট্ৰপতিৰ পুত্তলিকাৰ লগতে চীনা সামগ্ৰী । দেশবাসীলৈ আহ্বান জনাইছে চীনা সামগ্ৰী বৰ্জনৰ বাবে । শেহতীয়াকৈ চীনৰ বিৰুদ্ধে অসমতো জ্বলিছে ক্ষোভৰ এই জুই । শুকুৰবাৰে লামডিঙতো চীনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল লামডিঙ স্বৰ্ন শিল্পী সমিতিৰ সদস্য সকল ।

protest against china at lumding
দেশৰ অন্যান্য প্ৰান্তৰ লগতে লামডিঙতো চীনৰ বিৰুদ্ধে প্ৰতিবাদ

লামডিঙ, ২০জুন: সীমান্তত ভাৰতীয় সেনাক আক্ৰমণ কৰি ২০ জনকৈ ভাৰতীয় সেনাক হত্যাৰ পাছত চীনৰ বিৰুদ্ধে সমগ্ৰ দেশত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ । জ্বলাইছে চীনৰ ৰাষ্ট্ৰপতিৰ পুত্তলিকাৰ লগতে চীনা সামগ্ৰী । দেশবাসীলৈ আহ্বান জনাইছে চীনা সামগ্ৰী বৰ্জনৰ বাবে । শেহতীয়াকৈ চীনৰ বিৰুদ্ধে অসমতো জ্বলিছে ক্ষোভৰ এই জুই। শুকুৰবাৰে লামডিঙতো চীনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল লামডিঙ স্বৰ্ণ শিল্পী সমিতিৰ সদস্য সকল ।

চীনত নিৰ্মিত টেলিভিশ্যন,মবাইলকে ধৰি অন্যান্য সামগ্ৰী জ্বলাই লামডিঙ স্বৰ্ণ শিল্পী সমিতিও নামিল প্ৰতিবাদত । চীনত নিৰ্মিত টেলিভিশ্যন,মবাইল ফোনকে আদি কৰি বিভিন্ন চীনা সামগ্ৰী জ্বলোৱাৰ লগতে প্ৰতিবাদকাৰী সকলে দাহ কৰিলে চীনৰ ৰাষ্ট্ৰপতিৰ পুত্তলিকা । প্ৰতিবাদকাৰী সকলে দেশৰ বাবে বীৰগতি প্ৰাপ্ত শ্বহীদ জোৱান সকলকো জনালে শ্ৰদ্ধাঞ্জলি । লামডিঙ বজাৰৰ ৰাজপথত অনুস্থিত এই প্ৰতিবাদ স্থলীৰ পৰাই কেন্দ্ৰীয় চৰকাৰক চীনৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ বাবে আহ্বান জনাই প্ৰতিবাদকাৰী সকলে ।

লগতে চাওকঃ ৰঙা চীনক মুকলি প্ৰত্যাহ্বান প্ৰাক্তন ভাৰতীয় সেনানীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.