হোজাই, 3 ফ্ৰেব্ৰুৱাৰীঃ হোজাই জিলাৰ লংকা জুৰাপুখুৰীত দেওবাৰে নিশা উদ্ধাৰ হয় অচিনাক্ত লোকৰ মৃতদেহ । ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা অবৈধ চুলাই মদৰ ধাবাৰ সন্মুখত উদ্ধাৰ হয় মৃতদেহটো । স্থানীয় ৰাইজৰ সন্দেহ মতে, দুবৃত্তই হত্যা কৰি পেলাই থৈ গৈছে লোকজনক । জুৰাপুখুৰীত থকা কিছুমান অবৈধ চুলাইৰ দোকানত চলা অনৈতিক কাৰ্যকলাপৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ লগতে ধাবাত চলা অনৈতিক কাৰ্যকলাপত প্ৰশাসনৰ ভূমিকা নীৰৱ বুলিও অভিযোগ কৰে স্থানীয় লোকে । বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয় । ঘটনাস্থলীত ইতিমধ্যে লংকা আৰক্ষী উপস্থিত তদন্ত আৰম্ভ কৰিছে ৷
লংকা জুৰাপুখুৰীত দেওবাৰে নিশা অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ - deadbody rescued from Hojai Lanka
ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা অবৈধ চুলাই মদৰ ধাবাৰ সন্মুখত উদ্ধাৰ হয় মৃতদেহটো। স্থানীয় ৰাইজৰ সন্দেহ মতে, দুবৃত্তই হত্যা কৰি পেলাই থৈ গৈছে লোকজনক ।
হোজাই, 3 ফ্ৰেব্ৰুৱাৰীঃ হোজাই জিলাৰ লংকা জুৰাপুখুৰীত দেওবাৰে নিশা উদ্ধাৰ হয় অচিনাক্ত লোকৰ মৃতদেহ । ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা অবৈধ চুলাই মদৰ ধাবাৰ সন্মুখত উদ্ধাৰ হয় মৃতদেহটো । স্থানীয় ৰাইজৰ সন্দেহ মতে, দুবৃত্তই হত্যা কৰি পেলাই থৈ গৈছে লোকজনক । জুৰাপুখুৰীত থকা কিছুমান অবৈধ চুলাইৰ দোকানত চলা অনৈতিক কাৰ্যকলাপৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ লগতে ধাবাত চলা অনৈতিক কাৰ্যকলাপত প্ৰশাসনৰ ভূমিকা নীৰৱ বুলিও অভিযোগ কৰে স্থানীয় লোকে । বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয় । ঘটনাস্থলীত ইতিমধ্যে লংকা আৰক্ষী উপস্থিত তদন্ত আৰম্ভ কৰিছে ৷
ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা অবৈধ চুলাই মদৰ ধাবাৰ সন্মুখত লোকজনৰ মৃতদেহ উদ্ধাৰ।
কোনো দুবৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
মৃত লোকজনৰ বয়স অনুমানিক ৪০ বছৰ।
জুৰাপুখুৰীত থকা কিছুমান অবৈধ চুলাই মদৰ দোকানত চলা অনৈতিক কায্যকলাপৰ ফলত এই ঘটনাৰ মূল কাৰণ বুলি অভিযোগ স্থাননীয় ৰাইজৰ।
অবৈধ ধাবাত চলা অনৈতিক কয্যকলাপত প্ৰশাসনৰ নিৰব ভূমিকাত ক্ষুব্দ স্থানীয় ৰাইজ।
বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয়।
ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত।
বৰ্তমানলৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই লংকা আৰক্ষী।
Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam