ETV Bharat / state

হোজাইত লাজুকী বান্দৰ উদ্ধাৰ

author img

By

Published : Jun 17, 2019, 1:06 PM IST

বান্দৰটো লংকাৰ কাষতে থকা লামডিং অসংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহি এনেদৰে জন অৰণ্যত বিচৰণ কৰি আছে বুলি সন্দেহ প্ৰকাশ কৰে লংকা বন বিভাগৰ লোকে ৷ বনবিভাগৰ লোক উপস্থিত হৈ লাজুকী বান্দৰটো উদ্ধাৰ কৰে আৰু লংকা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে ৷

লাজুকী বান্দৰ

হোজাই, 17 জুনঃ দেওবাৰে হোজাই জিলাৰ জয়ৰাম বস্তিত উদ্ধাৰ হয় এটি লাজুকী বান্দৰ ৷ স্থানীয় লোকে দুস্প্ৰাপ্য প্ৰজাতিৰ এই বান্দৰটো বিচৰণ কৰি থকা পত্যক্ষ কৰি লংকা বনবিভাগক খবৰ দিয়ে ৷ পিছত লংকা বনবিভাগৰ লোক উপস্থিত হৈ অঞ্চলটোৰ পৰা লাজুকী বান্দৰটো উদ্ধাৰ কৰে আৰু লংকা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে |

হোজাইত লাজুকী বান্দৰ উদ্ধাৰ

আৰু পঢ়ক: নাৰী কেলেংকাৰীত জড়িত ৰিপুন বৰাঃ নিলম্বিত জেষ্ঠ কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰৰ বিস্ফোৰণ

বান্দৰটো লংকাৰ কাষতে থকা লামডিং অসংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহি এনেদৰে জন অৰণ্যত বিচৰণ কৰি আছে বুলি সন্দেহ প্ৰকাশ কৰে লংকা বন বিভাগৰ লোকে ৷ বৰ্তমান লংকা আঞ্চলিক বন বিভাগৰ তত্বাৱধানত আছে লাজুকী বান্দৰটো ৷

Intro:নিশা উদ্ধাৰ এটি লাজুকী বান্দৰ |Body:হোজাই জিলাৰ লংকাৰ জয়ৰাম বস্তিত দেওবাৰে নিশা উদ্ধাৰ এটি লাজুকী বান্দৰ |
স্থানীয় ৰাইজে বন্দৰটো বিচৰন কৰি থকা প্ৰতক্ষ্য কৰি খৱৰ দিয়ে লংকা বনবিভাগক | পিছত লংকা বনবিভাগৰ লোকে লংকাৰ জয়ৰাম বস্তিৰ পৰা লাজুকী বান্দৰটো উদ্ধাৰ কৰি লংকা আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়লৈ লৈ আহে |
লংকাৰ কাষতে থকা লামডিং অসংৰক্ষীত বনাঞ্চলৰ পৰা ওলাই আহি এনেদৰে জনঅৰণ্যত বিচৰণ কৰি আছে বুলি সন্দেহ লংকা বন বিভাগৰ | বৰ্তমান লংকাৰ আঞ্চলিক বন বিভাগৰ জীন্মাত আছে লাজুকী বন্দৰটো |

BYTE: বন বিভাগৰ লোক

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.