ETV Bharat / state

হোজাই জিলাৰ লংকাত‌ চুৰিকাণ্ড

author img

By

Published : Jan 2, 2020, 3:25 PM IST

বুধবাৰে পুৱতি নিশা লংকাৰ লাচিত নগৰত সংঘটিত হয় চুৰিকাণ্ড ৷ লুটি নিলে কেইবা হাজাৰ টকাৰ সম্পত্তি ৷

money and property robbery at hojai lanka
হোজাই জিলাৰ লংকাত‌ সংঘটিত চুৰিকাণ্ড

হোজাই, 2 জানুৱাৰী: নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে হোজাই জিলাৰ লংকাত‌ চুৰিকাণ্ড সংঘটিত হয় ৷ লংকাৰ লাচিত নগৰৰ ৯ নং ৱাৰ্ডৰ বাসিন্দা তপন মজুমদাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চলালে লোট-পাত ৷ লুটি নিলে 10 তোলা সোণ, ২০ তোলা ৰূপৰ লগতে নগদ ৪০ হাজাৰ টকা ৷ ঘটনাৰ সন্দৰ্ভত লংকা থানাত এজাহাৰ দাখিল কৰিছে তপন মজুমদাৰে ।

হোজাই জিলাৰ লংকাত‌ সংঘটিত চুৰিকাণ্ড

আৰু পঢ়ক : হোজাই লংকাত জুইত জাহ গ'ল ধান

Intro:নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে হোজাই জিলাৰ লংকাত‌ চুৰিকাণ্ড ।Body:নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে হোজাই জিলাৰ লংকাত‌ চুৰিকাণ্ড ।

৯ নং ৱাৰ্ডৰ লাচিত নগৰৰ তপন মজুমদাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি ।

চুৰি লুটি নিলে নগদ ৪০ হাজাৰ টকা ।

১০ ভৰি সোণৰ লগতে ২০ ভৰি ৰূপৰ বস্তু লুটি নিলে চুৰে ।

চুৰি কাণ্ডৰ সন্দৰ্ভত লংকা থানাত এজাহাৰ দাখিল ।

Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.