ETV Bharat / state

হোজাইৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বৈঠক - হোজাইৰ অভিভাৱক মন্ত্ৰী

হোজাইৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মঙলবাৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য এক বৈঠকত মিলিত হয় (Parimal Suklabaidya at Hojai)৷ বানাক্ৰান্তক উদ্ধাৰৰ বাবে এতিয়াও পৰ্যাপ্ত সুবিধাখিনি কৰিব পৰা নাই বুলি মন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰাৰ লগতে প্ৰসাশনে চেষ্টা অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে ৷

Parimal Suklabaidya at Hojai
হোজাইৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ আলোচনা
author img

By

Published : May 17, 2022, 10:40 PM IST

হোজাই, 17 মে’: মঙলবাৰে হোজাইত উপস্থিত হয় জিলাখনৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya at Hojai) ৷ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সদৰ শংকৰদেৱ নগৰস্থিত উপাযুক্ত কায্যালয়ত এক বৈঠকত মিলিত হয় ৷ জিলাখনৰ ভয়াবহ বান পৰিস্থিতিৰ (Hojai Flood situation) প্ৰতি লক্ষ্য ৰাখি সেনাবাহিনীৰ লোক আৰু এন ডি আৰ এফৰ লোকসকলৰ মাজত আলোচনা কৰি পৰিস্থিতিৰে মোকাবিলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে ।

হোজাইৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ আলোচনা

বানাক্ৰান্তক উদ্ধাৰ আৰু সাহায্য বিতৰণৰ ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থাৰ ক্ষেত্ৰত আলোচনা কৰে ৷ আলোচনা সভাখনত সেনাবাহিনী, এন ডি আৰ এফ বাহিনীৰ লগতে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, বিজেপিৰ জিলা সভাপতি, হোজাই জিলা পৰিষদৰ ৰমাৱালা দেৱীৰ লগতে উপাযুক্তগৰাকীয়ে অংশগ্ৰহণ কৰে ৷ মন্ত্ৰীগৰাকীয়ে(Guardian minister of Hojai) বানাক্ৰান্তক উদ্ধাৰৰ বাবে এতিয়াও পৰ্যাপ্ত সুবিধাখিনি কৰিব পৰা নাই বুলি স্বীকাৰ কৰে আৰু প্ৰসাশনৰ লোকে চেষ্টা আব্যহত ৰখা বুলি জানিবলৈ দিয়ে ৷

অভিভাৱক মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বানপীড়িত অঞ্চলসমূহো পৰিদৰ্শন কৰে ৷

লগতে পঢ়ক: Flood in Assam : প্ৰলয়ংকৰী বানত প্লাৱিত ৰাজ্যৰ 20 খন জিলাৰ ভিন্ন অঞ্চল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.