হোজাই,10 জানুৱাৰীঃ বৃহস্পতিবাৰে নিশা হোজাই জিলাৰ কাকী মাৰ্কেটিংত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷ প্ৰদীপ দাস নামৰ লোক এজনৰ বাঁহ-বেতৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জুই লাগি নষ্ট হয় প্ৰায় দুই লাখ টকাৰ সামগ্ৰী ৷ কোনো দুৰ্বৃত্তই ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিসংযোগ কৰি দিয়াৰ সন্দেহ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীও বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। জানিব পৰা মতে,বন্ধন গোটৰ লোন লৈ প্ৰদীপ দাসে খুলিছিল উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানখন ।
হোজাই জিলাৰ কাকী মাৰ্কেটিংত বিধংসী অগ্নিকাণ্ড - হোজাই জিলাত বিধংসী অগ্নিকাণ্ড
বৃহস্পতিবাৰে নিশা হোজাই জিলাৰ কাকী মাৰ্কেটিংত সংঘটিত হোৱা অগ্নিকাণ্ডটোৰ ফলত ভস্মীভূত হয় প্ৰায় দুই লক্ষাধিক টকাৰ সামগ্ৰী ৷
![হোজাই জিলাৰ কাকী মাৰ্কেটিংত বিধংসী অগ্নিকাণ্ড massive fire breaks out at Hojai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5660078-thumbnail-3x2-a.jpg?imwidth=3840)
হোজাই,10 জানুৱাৰীঃ বৃহস্পতিবাৰে নিশা হোজাই জিলাৰ কাকী মাৰ্কেটিংত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷ প্ৰদীপ দাস নামৰ লোক এজনৰ বাঁহ-বেতৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জুই লাগি নষ্ট হয় প্ৰায় দুই লাখ টকাৰ সামগ্ৰী ৷ কোনো দুৰ্বৃত্তই ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিসংযোগ কৰি দিয়াৰ সন্দেহ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীও বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। জানিব পৰা মতে,বন্ধন গোটৰ লোন লৈ প্ৰদীপ দাসে খুলিছিল উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানখন ।
প্ৰদীপ দাস নামৰ লোক এজনৰ বাঁহ-বেতৰ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত সম্পূৰ্ণৰূপে ভস্মীভূত।
বন্ধন গোটৰ লোন লৈ প্ৰদীপ দাসে খুলিছিল উক্ত ব্যৱসায়িক প্ৰতিষ্ঠান।
প্ৰায় দুই লক্ষ্যাধিক টকাৰ সামগ্ৰী জুইত ভস্মীভূত।
কোনো দুবৃত্তই ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিসংযোগ কৰি দিয়াৰ সন্দেহ স্থানীয় ৰাইজৰ।
অগ্নিনিৰ্বাপক বাহিনিও বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ স্থনীয় ৰাইজৰ।
Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam