ETV Bharat / state

লামডিঙত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

author img

By

Published : Nov 6, 2020, 11:21 AM IST

ঘটনাৰ সন্দৰ্ভত 3 জনক আটক কৰিছে আবকাৰী বিভাগে ৷ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বিভাগে ৷

Illegal wine seize at Lumding
লামডিঙত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

লামডিং, 6 জানুৱাৰী: লামডিঙৰ অলিয়ে গলিয়ে গঢ় লৈ উঠিছে বহু অবৈধ সুৰাৰ বিপণী ৷ ৰাইজৰ বহু অভিযোগৰ পাছত বৃহস্পতিবাৰে নিশা হোজাই জিলাৰ আবকাৰী বিভাগৰ উপাধ্যক্ষ কুঞ্জহৰি শৰ্মাৰ তৎপৰতাত লামডিঙৰ বিভিন্ন এলেকাত চলে সুৰা বিৰোধী অভিযান ৷

বিষয়াগৰাকী সৈতে আবকাৰী বিভাগৰ এটা দলে লামডিং বিভিন্ন স্থানৰ ক্রছিং গেট,নদীৰ পাৰৰ পৰা দুই শতাধিক অবৈধ দেশী বিদেশী সুৰা জব্দ কৰে ৷ লগতে আবকাৰী বিভাগে 3 জনক কৰায়ত্ত কৰি নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়কঃ হাতৰ মুঠিতে উপলব্ধ হ'ল গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.