ETV Bharat / state

হোজাইত ৰহস্যজনক অৱস্থাত উদ্ধাৰ স্বামী-স্ত্ৰীৰ মৃতদেহ - Hojai dead body recoverd news

হোজাই জিলাৰ লংকাৰ ২নং পিপল পুখুৰীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ এজোপা গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ স্বপন মিশ্ৰ আৰু বাসগৃহৰ ভিতৰত উদ্ধাৰ পত্নী মঞ্জু মিশ্ৰৰ মৃতদেহ ৷

husband wife dead body recoverd at Hojai
হোজাইত ৰহস্যজনক অৱস্থাত উদ্ধাৰ স্বামী-স্ত্ৰীৰ মৃতদেহ
author img

By

Published : Mar 26, 2020, 12:33 PM IST

হোজাই,26 মাৰ্চঃ হোজাই জিলাৰ লংকাৰ ২ নং পিপল পুখুৰীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ ৰহস্যজনক অৱস্থাত উদ্ধাৰ স্বামী-স্ত্ৰীৰ মৃতদেহ ৷ এজোপা গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ স্বপন মিশ্ৰ আৰু বাসগৃহৰ ভিতৰত উদ্ধাৰ পত্নী মঞ্জু মিশ্ৰৰ মৃতদেহ ৷ স্বামীয়ে পত্নীক ডিঙি চেপি হত্যা কৰি আত্মহত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷

উল্লেখ্য যে, নিশা কাজিয়াত লিপ্ত হৈছিল স্বামী-স্ত্ৰী ৷ কাজিয়াত লিপ্ত হোৱা প্ৰত্যক্ষ কৰিছিল ৪ বছৰীয়া পুত্ৰই। ইতিমধ্যে ঘটনাস্থলীত দণ্ডাধীশ আৰক্ষী উপস্থিতি হৈ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক-তলাবন্ধ আইন অমান্য কৰি বৰপেটাত সাধাৰণ জনজীৱন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.