ETV Bharat / state

হোজাইত জব্দ বৃহৎ পৰিমাণৰ অবৈধ চেগুন গছৰ কুণ্ডা

মইনাপুৰ অঞ্চলৰ সংৰক্ষিত বনাঞ্চলৰ দাঁতিত ৰখাই থোৱা অৱস্থাত বন বিভাগে এখন গাড়ী সহ গছৰ কুণ্ডা সমূহ জব্দ কৰে ৷

হোজাইত জব্দ বৃহৎ পৰিমানৰ অবৈধ চেগুন গছৰ কুণ্ডা
author img

By

Published : May 28, 2019, 10:22 AM IST

হোজাই , 28 মে': বনাঞ্চলৰ গছ কাটি তহিলং কৰা চোৰাং বেপাৰীৰ বিৰুদ্ধে হোজাই বন বিভাগে এক অভিযান চলায় ৷ পুৱতি নিশা চলোৱা এই অভিযানত বন বিভাগে 16 টা চেগুন গছৰ কুণ্ডা আৰু AS-02-BC-1495 নম্বৰৰ এখন বলেৰ' পিকআপ গাড়ী জব্দ কৰে ৷

হোজাইত জব্দ বৃহৎ পৰিমানৰ অবৈধ চেগুন গছৰ কুণ্ডা

জানিব পৰা মতে মইনাপুৰ অঞ্চলৰ সংৰক্ষিত বনাঞ্চলৰ দাঁতিত ৰখাই থোৱা অৱস্থাত বন বিভাগে গাড়ী সহ গছৰ কুণ্ডা সমূহ জব্দ কৰে ৷ ইপিনে বন বিভাগৰ অভিযানৰ উমান পাই সৰবৰাহকাৰীয়ে গাড়ী এৰি পলায়ন কৰে ৷ অৱশ্যে সৰবৰাহকাৰীৰ সন্ধানত বন বিভাগে অভিযান অব্যাহত ৰাখিছে ৷ জব্দ কৃত চেগুন গছৰ কুণ্ডা সমূহৰ মূল্য প্ৰায় 35 হাজাৰ টকা বুলি অনুমান কৰে বন বিভাগে ৷

Intro:বনাঞ্চলৰ গছ কাটি তহিলং কৰা চোৰাং বেপাৰীৰ বিৰুদ্ধে হোজাই বন বিভাগৰ অভিযান।Body:বনাঞ্চলৰ গছ কাটি তহিলং কৰা চোৰাং বেপাৰীৰ বিৰুদ্ধে হোজাই বন বিভাগৰ অভিযান।। পুৱতি নিশা চলোৱা অভিযানত ১৬ টুকুৰা চেগুন গছৰ কুণ্ডা সহ জব্দ AS-02BC-1495 নম্বৰৰ বলেৰ পিকআপ গাড়ী।মইনাপুৰ অঞ্চলৰ সংৰক্ষিত বনাঞ্চলৰ দাঁতিত ৰখাই থোৱা অৱস্থাত বন বিভাগে জব্দ কৰে গাড়ী সহ গছৰ কুণ্ডা খিনি।বন বিভাগৰ অভিযানৰ উমান পাই গাড়ী এৰি পলায়ন সৰবৰাহকাৰীৰ।সৰবৰাহকাৰীৰ সন্ধানত বন বিভাগৰ অভিযান অব্যাহত ।।জব্দ কৃত মূল্যবান গছৰ কুণ্ডাখিনিৰ মূল্য প্ৰায় ৩৫ হাজাৰ টকা হব বুলি অনুমান কৰিছে বন বিভাগে ।।

BITE-ডেপুটি ৰেঞ্জাৰ

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.