হোজাই, 7 মাৰ্চঃ হোজাইত হোমিঅ'পেথিক চিকিৎসকৰ ৰহস্যজনক আত্মহত্যা । হোজাইৰ দুই নং ৰে'ল গেটৰ সমীপৰ নিজা বাসগৃহৰ ছাদৰ ওপৰৰ বাঁহৰ চালিত চিপ লৈ কৰে আত্মহত্যা । মৃত চিকিৎসকজনৰ নাম মিলন ভট্টাচাৰ্য । ইতিমধ্যো ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে যদিও কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
হোজাইত চিকিৎসকৰ ৰহস্যজনক আত্মহত্যা - homeopathic doctor
হোজাইৰ দুই নং ৰে'ল গেটৰ সমীপত হোমিঅ'পেথিক চিকিৎসকৰ আত্মহত্যা ৷ মৃত চিকিৎসকজনৰ নাম মিলন ভট্টাচাৰ্য ৷
হোজাইত চিকিৎসকৰ আত্মহত্যা
হোজাই, 7 মাৰ্চঃ হোজাইত হোমিঅ'পেথিক চিকিৎসকৰ ৰহস্যজনক আত্মহত্যা । হোজাইৰ দুই নং ৰে'ল গেটৰ সমীপৰ নিজা বাসগৃহৰ ছাদৰ ওপৰৰ বাঁহৰ চালিত চিপ লৈ কৰে আত্মহত্যা । মৃত চিকিৎসকজনৰ নাম মিলন ভট্টাচাৰ্য । ইতিমধ্যো ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে যদিও কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
Last Updated : Mar 7, 2020, 4:13 PM IST