ETV Bharat / state

চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

author img

By

Published : Jun 23, 2020, 12:58 PM IST

মহিলাগৰাকীৰ মৃত্যুৰ কোনো কাৰণ পোহৰলৈ অহা নাই ৷ উল্লেখ্য যে,মৃত্যুৰ সময়ত ৰুবিনাৰ বয়স মাত্ৰ 19 বছৰ আছিল বুলি জানিব পৰা গৈছে ৷

চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ
চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

হোজাই, 23 জুনঃ হোজাইৰ টেংৰীপাৰাত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ ৷ নিজ গৃহতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় ৱাহিদুল আলমৰ পত্নী ৰুবিনা বেগমৰ মৃতদেহ ৷ বৰ্তমানলৈ মহিলাগৰাকীৰ মৃত্যুৰ কোনো কাৰণ পোহৰলৈ অহা নাই ৷ উল্লেখ্য যে, মৃত্যুৰ সময়ত ৰুবিনাৰ বয়স মাত্ৰ 19 বছৰ আছিল বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে নীলবাগান আৰক্ষী ৷ আৰক্ষীৰ তদন্তৰ পাছত হে সকলো তথ্য পোহৰলৈ আহিব ৷

চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

লগতে পঢ়কঃ সৌৰভ দাসৰ পৰিয়ালক 5 লাখৰ চেক প্ৰদান উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.