হোজাই,8 জানুৱাৰী: হোজাইত বনৰীয়া হাতীৰ তাণ্ডৱ ৷ অলিছিগা নতুন বস্তিত বৃহস্পতিবাৰে এটা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলায় ৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা বনৰীয়া হাতীৰ জাকটোৱে 15টাকৈ বাসগৃহৰ ক্ষতিসাধন কৰে ৷ ইয়াৰ উপৰিও ভঁড়ালত মজুত থকা ধান খাই তহিলং কৰে ৷ ইয়াৰ পূৰ্বেও অঞ্চলটোত সময়ে সময়ে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই বিস্তৰ ক্ষতিসাধন কৰি আহিছে যদিও এই ক্ষেত্ৰত বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷
হোজাইত বনৰীয়া হাতীৰ তাণ্ডৱ - hojai wild elephant attack news
হোজাইত বনৰীয়া হাতীৰ তাণ্ডৱ ৷ অলিছিগা নতুন বস্তিত বৃহস্পতিবাৰে খাদ্যৰ সন্ধানত নামি অহা এটা বনৰীয়া হাতীৰ জাকে চলালে উপদ্ৰৱ ৷
হোজাইত বনৰীয়া হাতীৰ তাণ্ডৱ