হোজাই, 21 চেপ্তেম্বৰ: অৱশেষত লাভ জেহাদ আৰু বুঢা থানাৰ ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে ৷ শনিবাৰে সাংবাদিকৰে হোৱা মুখামুখিত এটাৰ পাছত এটাকৈ বিৰ্তকিত মন্তব্যৰে বিস্ফোৰণ ঘটাই গেৰুৱা দলৰ বিধায়কজনে ৷ সাংবাদিকৰ আগত দেৱে কয় যে বৃদ্ধি পোৱা ৰেপ,মাৰ্ডাৰ,লাভ জেহাদ এইবোৰ এন আৰ চিত বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভুক্ত কৰাৰ ফল ৷ মুছলমান সকলে অসমত খিলঞ্জীয়াৰ অধিকাৰ নাই বুলি ভাৱে বুলিও মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ বুঢ়া আৰক্ষী থানাৰ কাণ্ড সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয় কোনো তদন্ত নোহোৱাকে পুলিচ অফিচাৰক বৰ্খাস্ত কৰাটো অত্যন্ত দোষৰ বিষয় ৷ " জেহাদীসলকে যিকোনো কাম কৰিব পাৰে ৷ তেওঁলোকে নিজৰ পত্নীকো হত্যা কৰিব পাৰে, ভগ্নীকো জেহাদ কৰিবৰ কাৰণে পঠাব পাৰে" বুলিও মন্তব্য কৰে শিলাদিত্য দেৱে ৷ ইফালে বুঢ়া আৰক্ষী থানাৰ ঘটনা সন্দৰ্ভত নিজৰ সন্দেহ ব্যক্ত কৰি কয় যে " অসম আৰক্ষীয়ে এনে কাম কৰিব নোৱাৰে"৷ বাংলাদেশী মুছলমানে ঘৰত সোমাই খিলঞ্জীয়া ছোৱালী সকলক অত্যাচাৰ কৰা কথাটো মানৱ অধিকাৰ উলংঘন নহয় নেকি বুলিও প্ৰশ্ন কৰে বিৰ্তকিত বিধায়ক জনে ৷ লগতে জেহাদী দমনৰ বাবে হাতত অস্ত্ৰ লোৱাৰও হুংকাৰ দিয়ে বিধায়কজনে ৷ আনহাতে লংকা বামুনগাঁওত হোৱা ঘটনা সন্দৰ্ভতও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক শিলাদিত্যই ৷ তেওঁ কয় যে মুছলমান বাংলাদেশীৰ দাদাগিৰি দমন কৰিবলৈ আমি হাতে হাতে লাঠি-বন্দুক ল'ব লাগিব ৷
প্ৰয়োজনত হাতত বন্দুক তুলিম : শিলাদিত্য দেৱ - লাভ জেহাদী
লাভ জেহাদ আৰু বুঢ়া থানাৰ ঘটনা সন্দৰ্ভত বিধায়ক শিলাদিত্য দেৱৰ বিস্ফোৰণ ৷ ক'লে যিকোনো পৰ্যায়লৈ যাব পাৰে জেহাদীসকল ৷
হোজাই, 21 চেপ্তেম্বৰ: অৱশেষত লাভ জেহাদ আৰু বুঢা থানাৰ ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে ৷ শনিবাৰে সাংবাদিকৰে হোৱা মুখামুখিত এটাৰ পাছত এটাকৈ বিৰ্তকিত মন্তব্যৰে বিস্ফোৰণ ঘটাই গেৰুৱা দলৰ বিধায়কজনে ৷ সাংবাদিকৰ আগত দেৱে কয় যে বৃদ্ধি পোৱা ৰেপ,মাৰ্ডাৰ,লাভ জেহাদ এইবোৰ এন আৰ চিত বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভুক্ত কৰাৰ ফল ৷ মুছলমান সকলে অসমত খিলঞ্জীয়াৰ অধিকাৰ নাই বুলি ভাৱে বুলিও মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ বুঢ়া আৰক্ষী থানাৰ কাণ্ড সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয় কোনো তদন্ত নোহোৱাকে পুলিচ অফিচাৰক বৰ্খাস্ত কৰাটো অত্যন্ত দোষৰ বিষয় ৷ " জেহাদীসলকে যিকোনো কাম কৰিব পাৰে ৷ তেওঁলোকে নিজৰ পত্নীকো হত্যা কৰিব পাৰে, ভগ্নীকো জেহাদ কৰিবৰ কাৰণে পঠাব পাৰে" বুলিও মন্তব্য কৰে শিলাদিত্য দেৱে ৷ ইফালে বুঢ়া আৰক্ষী থানাৰ ঘটনা সন্দৰ্ভত নিজৰ সন্দেহ ব্যক্ত কৰি কয় যে " অসম আৰক্ষীয়ে এনে কাম কৰিব নোৱাৰে"৷ বাংলাদেশী মুছলমানে ঘৰত সোমাই খিলঞ্জীয়া ছোৱালী সকলক অত্যাচাৰ কৰা কথাটো মানৱ অধিকাৰ উলংঘন নহয় নেকি বুলিও প্ৰশ্ন কৰে বিৰ্তকিত বিধায়ক জনে ৷ লগতে জেহাদী দমনৰ বাবে হাতত অস্ত্ৰ লোৱাৰও হুংকাৰ দিয়ে বিধায়কজনে ৷ আনহাতে লংকা বামুনগাঁওত হোৱা ঘটনা সন্দৰ্ভতও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক শিলাদিত্যই ৷ তেওঁ কয় যে মুছলমান বাংলাদেশীৰ দাদাগিৰি দমন কৰিবলৈ আমি হাতে হাতে লাঠি-বন্দুক ল'ব লাগিব ৷
লাভ জেহাদ, ৰেপ, মাৰ্ডাৰ সেইবোৰ যে আমি দেখা পাইছো আৰু বৃদ্ধি পাইছে সেইবোৰ হল ৰিফ্লিকচেন অপ এন আৰ চি |--- বিধায়ক শিলাদিত্য দেৱ |
এন আৰ চিত বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভূক্ত হোৱাৰ পিছত তেওলোকৰ আচল ৰূপ এতিয়া আমি দেখা পাইছো | আৰু কিমান ভয়ানক হৈ পৰিৱ যদি আমি এন আৰ চি গ্ৰহণ কৰি পেলাও | কাৰণ লাখ লাখ বাংলাদেশীৰ নাম সোমাই গৈছে আৰু তেওলোকৰ মনোবল এনেকোৱা হৈ গৈছে যে, দেশখন তেওলোকৰ হৈ গ'ল ,ইয়াৰ খিলঞ্জীয়া লোকৰ ৰাইট্ ছ নাই বুলি মুছলিম সকলে ভাৱি আছে | কিন্তু সেইটো নহয় কৰৱাত আমিও হয়তো কমজুৰ হৈ আছো | কাৰণ যি ভাৱে আমি তেওলোকক দমন কৰিৱ লাগে সেইভাৱে আমি দমন কৰিৱ পৰা নাই | বুঢা থানাৰ সন্দৰ্ভত শিলাদিত্যৰ প্ৰতিক্ৰীয়া---
বুঢা থানাত যিটো ঘটনা হৈ গৈছে যত কোনো তদন্ত নোহোৱাকে পুলিচ অফিচাৰক বৰ্খাস্ত কৰা হল আৰু তাৰ পিছত যি শুনি আছো....!! আমি এটা কথা জানো যে জেহাদী সকল তেওলোকে যি কোনো কাম কৰিৱ পাৰে | তেওলোকে নিজৰ পত্নীকো হত্যা কৰিৱ পাৰে |তেওলোকে নিজৰ ভন্টীকো ৰাজপথত পঠাই দিৱ পাৰে জেহাদ কৰিবৰ কাৰণে |সেইবোৰ আমি জানিছো কাস্মিৰত জেহাদ চলি থাকোতে আৰু শুনিছো |
আমি শুনিছো বুঢা থানাত তিনিজনী মহিলাক মাৰপিট কৰিছে বুলি সেইটো হৱও পাৰে নহবও পাৰে | যদি নহয় তাৰ ওপৰত তদন্ত কৰি উচিত বিচাৰ কৰিৱ লাগে | আজি বাংলাদেশী মুছলমান বিলাকে আমাৰ ঘৰত সোমাই খিলঞ্জীয়া ছোৱালী সকলক অত্যাচাৰ কৰিৱ ,মাৰপিত কৰিৱ, ৰেপ কৰিৱ তেওলোকক পলুৱাই লৈ যাৱ প্ৰেমৰ জালত ফচাই পেলাই তাৰ পিছত আৰৱ দেশত বিক্ৰী কৰি দিৱ | তেতিয়া যদি আৰক্ষীসকল ঘৰত বঢি থাকে তেতিয়াটো নিন্দনীয় হৱ, তেতিয়া হিউমেন ৰাইটছ ভয়োলেচন নহয় নেকি?? আজি যেতিয়া অসমীয়া ছোৱালী ৰেপ হয় তেওলোকৰ ঘৰত গৈ অত্যাচাৰ কৰে তেতিয়া হিউমেন ৰাইটছৰ কথা নাহে নেকি !! বুঢা থানাৰ তিনিজনী মহিলা ক্ষেত্ৰত দেখা পাইছো আমি আৰক্ষীয়ে কৰিছে আৰু তেতিয়াই হিউমেন ৰাইটছৰ কথা আহিছে !! ""মোৰ ১০০% ধাৰণা যে আমাৰ আৰক্ষীয়ে এনে কাম কৰিৱ নোৱাৰে |""হয়তো তেওলোকক মেন্টেল পেচাৰ দিছে আচল কথা খিনি উলিয়াৱৰ কাৰণে |হয়তো অলপ পেচাৰ দিৱই লাগিৱ | জেহাদী মেন্টেলৰ মানুহখিনিক হাতজোৰ কৰিলেটো তেওলোকে জৱাব দাৰি নকৰিব | কৰিবনেকি?? ভাৰতবৰ্ষৰ স্বাধীনতা আমি কি হাতজোৰ কৰি পাইছো নেকি ?? গান্ধীৰ লগে লগে নেতাজী সুভাষ চন্দ্ৰ বসু আৰু ভগত সিং ও সংগ্ৰাম আছিল তাৰ কাৰণেহে পাইছো | হাতজোৰ কৰি আমি ভাৰতবৰ্ষৰ স্বাধীনতাও পোৱা নাই গতিকে আমি হাত জোৰ কৰি এই চলি থকা জেহাদ বন্ধ কৰিব নোৱাৰিম | ""এই জেহাদ যদি বন্ধ কৰিব লাগে আমিও হাত ভৰি চলাৱ লাগিব | """আমি যদি একচন নলও সেই জেহাদী গোপ বিলাক কন্টোল কৰা তান হৱ |
লংকা বামুনগাওত হোৱা ঘটনা সন্দৰ্ভত শিলাদিত্য দেৱে কয় যে,যোৱা পৰহি যি ঘটনা ঘটিছিল সচাকৈ দূৰ্ভাগ্য এবং গৰিহণা দিয়াৰ কথা | মই দোষ পাইছো যে কিয় আৰক্ষী সকল আগবাঢ়ি যোৱা নাই আৰু লৰাটোক গেপ্তাৰ কৰা নাই!! খিলঞ্জীয়াৰ ঘৰত সোমাই তেওলোকে অত্যাচাৰ কৰিব, ৰেপ কৰিব, মাকৰ হাত কাটি দিব, আৰক্ষী বিষয়া বহি আছে হয়তো তেওলোকে মহেন্দ্ৰ শৰ্মাৰ কেচ চাই ভয় কৰিছে,হয়তো তেওলোকো আকৌ চাকৰিৰ পৰা বৰ্খাস্ত হৈ যায় নেকি?? এইটোও হৱ পাৰে ??মই ভাৱো যদি জেহাদী গোপ বিলাকক কন্টোল কৰিব লাগে তেতিয়াহলে আমি লাঠি আৰু বন্দুকৰ সাহায্য লৱ লাগিব |নহলে তেওঁলোক ক দমন কৰাও কঠিন হৱ | মুছলমান বাংলাদেশীৰ দাদাগিৰি ইমান বাঢ়ি যাৱ আৰু আমি হাতত হাত দি বঢি থাকিম কৰৱাত আমাৰ ব্যৰ্থতা আছে ||আৰু এইটো সময়তেই যদি আমি ব্যৱস্হা নলও তেতিয়াহলে আমি অসম আৰু অসমীয়া জাতিক বচোৱা তান হৱ ||----বিধায়ক শিলাদিত্য দেৱ |
BYTE: শিলাদিত্য দেৱ
19.09.2019
Hojai lanka attempt to rape.
হোজাই জিলা লংকাৰ বামুনগাঁৱত যুৱতীক ধৰ্ষণৰ অপচেষ্টা ।
দুই যুৱকে নিশা ধৰ্ষণৰ চেষ্টা চলাইছিল যুৱতীক ।
পিতৃহীনা যুৱতীৰ মাতৃক আক্ৰমণৰ চলাই ধৰ্ষণৰ চেষ্টা ।
নুৰ উদ্দিন,আনোৱাৰ হুছেইনৰ বিৰুদ্ধে এই অভিযোগ ।
এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলোৱা ঘটনাক কেন্দ্ৰ কৰি হোজাই জিলা লংকাত সৄষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।লংকাৰ বামুনগাঁৱত বুধবাৰে নিশা পিতৃহীনা এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছে নুৰ উদ্দিন,আনোৱাৰ হুছেইনৰ বিৰুদ্ধে ।ঘটনা অনুসৰি,উদালী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত বামুনগাঁৱত নিশা যুৱতীগৰাকীৰ ঘৰৰ বিদ্যুত সংযোগ বিচ্ছিন্ন কৰি দুই যুৱকে প্ৰথমাৱস্থাত ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে ।আৰু তাৰ পিছতেই যুৱতী গৰাকীৰ মাতৃক আক্ৰমণ কৰি যুৱতী গৰাকীক ধৰ্ষণৰ চেষ্টা চলায় ।ইফালে,যুৱতী গৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ উলাই অহাত দুই যুৱকে পলাই সাৰিবলৈ সক্ষম হয় ।এই ঘটনাৰ পিছতেই কিশোৰী গৰাকীৰ পৰিয়ালে উদালী আৰক্ষী চকীত উপস্থিত হৈ ঘটনাৰ সংক্ৰান্তত ২ যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।এজাহাৰৰ পিছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
BYTE: ভোক্তভোগী যুৱতী/মাতৃ/স্হানীয় ব্যক্তি/ৱাড মেম্বাৰ
হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam