ETV Bharat / state

হোজাইত গৰু ভৰ্তি গাড়ী জব্দ

author img

By

Published : Aug 3, 2019, 10:49 AM IST

হোজাইত ৰাইজে জব্দ কৰে এখন গৰু ভৰ্তি AS-02AC-4605 নম্বৰৰ টাটা মবাইল গাড়ী ৷ গৰু সৰবৰাহকাৰী চক্ৰই চুৰি গৰুখিনি নিশা গোপনে বাংলাদেশলৈ নিয়াৰ সন্দেহ স্থানীয় লোকৰ

হোজাইত গৰু ভৰ্তি গাড়ী জব্দ
  • হোজাইত ৰাইজে জব্দ কৰিলে গৰু ভৰ্তি টাটামবাইল গাড়ী
  • হোজাই জিলাৰ কাকীৰ মইনাপুৰত শুকুৰবাৰে নিশা স্থানীয় ৰাইজে জব্দ কৰে গাড়ী খন
  • জব্দকৃত গাড়ীখনৰ নম্বৰ AS-02AC-4605
  • নথি-পত্ৰ বিহীন উক্ত টাটামবাইল গাড়ীখনত আছিল ৮ তাকৈ বলধ গৰু
  • স্থানীয় ৰাইজে গাড়ী খনত গৰু কঢ়িয়াই অনা প্ৰত্যক্ষ কৰি চুৰি গৰু বুলি সন্দেহবশত গাড়ীখন ৰখাই আটক কৰি কাকী আৰক্ষীক গতাই দিয়ে
  • গৰু সৰবৰাহকাৰী চক্ৰই চুৰি গৰুখিনি নিশা গোপনে বাংলাদেশলৈ নিয়াৰ চেষ্টা চলোৱাৰ সন্দেহ স্থানীয় লোকৰ
  • কাকী আৰক্ষীয়ে গাড়ী চালকসহ লগত অহা চাৰিজন লোকক আটক কৰে

Intro:নিশা স্থানীয় ৰাইজে জব্দ কৰে গৰু ভৰ্তি টাটামৱাইল গাডী |Body:হোজাই জিলাৰ কাকীৰ মইনাপুৰত শুকুৰবাৰে নিশা স্থানীয় ৰাইজে জব্দ কৰে গৰু ভৰ্তি টাটামৱাইল গাডী |
স্থানীয় ৰাইজে উক্ত গাড়ী খনত গৰু কঢ়িয়াই অনা প্ৰতক্ষ্য কৰি চুৰি গৰু বুলি সন্দেহবশত গাডীখন ৰখাই আটক কৰি গতালে কাকী আৰক্ষীক | নথি-পত্ৰ বিহীন উক্ত টাটামৱাইল গাড়ী খনত আছিল ৮ তাকৈ বলধ গৰু | গৰু সৰবৰাহ কাৰী চক্ৰই চুৰি গৰুখিনি নিশা গোপনে বাংলাদেশলৈ নিয়াৰ সন্দেহ স্থানীয় লোকৰ |জব্দকৃত টাটামৱাইল গাড়ীখনৰ নম্বৰ AS02 AC 4605 | পিছত কাকী আৰক্ষীয়ে জব্দকৃত টাটামৱাইল গাডী,চালকসহ গাডী লগত অহা চাৰিজনক আটক কৰি কাকী থানালৈ লৈ যায় | বৰ্তমানলৈকে আটকাধীন গৰু সৰবৰাহকাৰী চক্ৰৰ লগত জৰিত ধৃত ব্যৱসায়ীৰ নাম জানিব পৰা হোৱা নাই |

BYTE: স্থানীয় লোক

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.