ETV Bharat / state

দুই ধৰ্ষণকাৰীক যাৱৎজ্জীৱন কাৰাদণ্ডৰ ৰায় - hojai sankardev court

হোজাই জিলা শংকৰদেৱনগৰ আদালতে যাৱৎজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে দুই ধৰ্ষণকাৰীক ৷ ১৯১/১৮ নং গোচৰৰ ভিত্তিত ৰায় প্ৰদান কৰিলে হোজাই জিলা শংকৰদেৱনগৰ আদালতে ৷

hojai sankardev court announced two raspiest lifetime imprison
দুই ধৰ্ষণকাৰীক হোজাইৰ শংকৰদেৱনগৰ আদালতৰ যাৱৎজ্জীৱন কাৰাদণ্ড
author img

By

Published : Feb 28, 2020, 5:06 PM IST

হোজাই, 26 ফেব্ৰুৱাৰী : 2017 চনৰ 18 নৱেম্বৰত কাকী ডেৰাপথাৰ গাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী দলবদ্ধ ধৰ্ষণৰ বলী হৈছিল ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত কাকী থানাত ১৯১/১৮ নং গোচৰ ৰুজু হৈছিল গোচৰ ৷ শুকুৰবাৰে হোজাই জিলা অতিৰিক্ত আৰু সত্ৰ ন্যায়াধীশ এন এচ দেউৰীৰ আদালতে উক্ত গোচৰৰ ৰায়দান প্ৰদান কৰে ৷ দুই ধৰ্ষণকাৰীক হোজাই জিলা শংকৰদেৱনগৰ আদালতে যাৱৎজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ৷ যাৱৎজ্জীৱন কাৰাদণ্ডৰ ৰায় লাভ কৰা ধৰ্ষণকাৰী দুজন ক্ৰমে জাহাংগীৰ আলম আৰু ইলিয়াছ আলী ৷ উল্লেখ্য যে আদালতে দুই লম্পটক ৫০ হাজাৰ টকাৰ জৰিমনা সহ যাৱৎজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ৷ গোচৰটোত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা অমৰজ্যোতি শইকীয়াই ৷

দুই ধৰ্ষণকাৰীক হোজাইৰ শংকৰদেৱনগৰ আদালতৰ যাৱৎজ্জীৱন কাৰাদণ্ড

আৰু পঢ়ক : হোজাইত 5 বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.