ETV Bharat / state

আমাক লাডেনক নালাগে... - হোজাই জিলাৰ উদালী তিনিআলীত ৰাইজৰ উত্তাল প্ৰতিবাদ

লাডেনক হোজাই জিলাৰ লামডিং বনাঞ্চলত এৰি দিয়া খবৰ সংবাদ মাধ্যমত প্ৰচাৰ চলোৱাৰ পাছতেই উদালী তিনিআলিত ৰাইজৰ উত্তাল প্ৰতিবাদ ৷

হোজাইত লাডেনৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Nov 12, 2019, 3:54 PM IST

Updated : Nov 12, 2019, 8:01 PM IST

হোজাই,12 নৱেম্বৰ : হোজাইত লাডেনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৷ লাডেনক হোজাই জিলাৰ লামডিং বনাঞ্চলত এৰি দিয়া খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই উদালী তিনিআলিত ৰাইজৰ উত্তাল প্ৰতিবাদ | গোৱালপাৰাত কৰায়ত্ত কৰা লাডেন নামৰ হাতীটোক লামডিং বনাঞ্চললৈ অনাৰ খবৰ পোৱাৰ পিচতে আতংকিত হৈ পৰিছে লামডিং বনাঞ্চলৰ সমীপৰ উদালী তিনিআলিবাসী ৰাইজ ৷ লাডেনক লামডিং বনাঞ্চললৈ অনাক লৈ সোমবাৰে নিশা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

হোজাইত লাডেনৰ বিৰুদ্ধে প্ৰতিবাদ

তিনিআলি অঞ্চলৰ প্ৰায় দুই শতাধিক স্থানীয় ৰাইজ ওলাই আহি বন মন্ত্ৰী হায় হায়,পৰিমল শুক্লবৈদ্য হায় হায় ,লাডেনক আমি কেতিয়াও লামডিং বনাঞ্চলত এৰিবলৈ নিদিও ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীৰ অভিযোগ লামডিং বনাঞ্চলত ইলেভেন প্ৰজেক্ট নামত দিয়া আছে কামৰ নহয় ৷ প্ৰজেক্টৰ নামত নাই কোনো সুৰক্ষা ৷ বন বিভাগে প্ৰজেক্টত হাতীৰ ৰখাৰ নামত বৰ্তমানলৈ এটাও গছ পুলি ৰোপণ কৰা দেখা নগ'ল বুলি অভিযোগ কৰে ৷ গোৱালপাৰা জিলাৰ ৰংজুলি আৰু মাটিয়াত ত্ৰাসৰ সৃষ্টি কৰি অহা লাডেনক লামডিং বনাঞ্চললৈ অনা খবৰ বিয়পি পৰাৰ পাছতে বনাঞ্চলৰ সমীপৰ ৰাইজ আতংকিত হৈ প্ৰতিবাদ কৰে ৷

লগতে চাওকঃ হাউলীত শুভাৰম্ভ ৯২ সংখ্যক ৰাস মহোৎসৱ

Intro:লাডেনক হোজাই জিলাৰ লামডিং বনাঞ্চলত এৰি দিয়া খৱৰ সংবাদ মাধ্যমত ওলোৱাত তিনিআলীত উত্তাল প্ৰতিবাদ |Body:লাডেনক হোজাই জিলাৰ লামডিং বনাঞ্চলত এৰি দিয়া খৱৰ সংবাদ মাধ্যমত ওলোৱাত তিনিআলীত উত্তাল প্ৰতিবাদ |

গোৱালপাৰাত বশ কৰা লাডেন নামৰ হাতীটোক, হোজাই জিলাৰ লামডিং বনাঞ্চললৈ অনাৰ খৱৰ সংবাদ মাধ্যমৰ জৰিয়তে পাই আতংকিত হৈ পৰিছে লামডিং বনাঞ্চলৰ সমিপৰ উদালী তিনিআলী বাসী ৰাইজ | লাডেনক লামডিং বনাঞ্চল অনাক লৈ সোমবাৰে ৰাতি উত্তাল প্ৰতিবাদ সাৱস্ত কৰে তিনিআলীবাসী ৰাইজে | তিনিআলী অঞ্চলৰ প্ৰায় দুই শতাধীক স্হানীয় ৰাইজ ওলাই আহি প্ৰতিবাদ সাৱস্ত কৰাৰ লগতে বন মন্ত্ৰী হায় হায়,পৰিমল শুক্লবৈদ্য হায় হায় ,লাডেনক আমি কেতিয়াও লামডিং বনাঞ্চলত এৰিবলৈ নিদু আদি ধন্নীৰে উত্তাল কৰে প্ৰতিবাদকাৰীয়ে |

BYTE: স্হানীয় ৰাইজ

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
Last Updated : Nov 12, 2019, 8:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.