হোজাই, 4 চেপ্তেম্বৰঃ হোজাইত আৰ্থিক দৈন্যতাৰ বাবে এটি দম্পতীয়ে গ্ৰহণ কৰিছে চৰম পদক্ষেপ ৷ জন্ম হোৱাৰ দিনাই নিজৰ কন্যা সন্তানটিক গতাই দিলে অন্য লোকৰ হাতত ৷ উল্লেখ্য যে,বৃহস্পতিবাৰে সন্ধিয়া লংকাৰ 4 নং ৱাৰ্ডত ভাড়াতীয়া হিচাপে থকা ৰতন দাস নামৰ লোকজনৰ পত্নীয়ে লংকা প্ৰথমিক স্বাস্থ্যকেন্দ্ৰত জন্ম দিছিল এটি কন্যা সন্তানৰ ৷ কিন্তু আৰ্থিক দুৰাৱস্থা আৰু নিজৰ ৰোগৰ বাবে হোজাইৰ বিষ্ণুপল্লীৰ এগৰাকী আত্মীয়ৰ হাতত গতাই দিয়ে কন্যা সন্তানটি ৷ ইয়াৰ পূৰ্বেও নিজৰ এটি পুত্ৰ সন্তানক অন্য লোকৰ হাতত গতাই দিছিল এই দম্পত্তীয়ে ৷
আৰ্থিক দৈন্যতাৰ বাবে এটি দম্পতীৰ চৰম পদক্ষেপ - হোজাই দৰিদ্ৰ দম্পত্তীৰ চৰম পদক্ষেপ
হোজাইত আৰ্থিক দৈন্যতাৰ বাবে এটা দম্পতীয়ে গ্ৰহণ কৰিছে চৰম পদক্ষেপ ৷ জন্ম হোৱাৰ দিনাই দম্পত্তীটোৱে নিজৰ কন্যা সন্তানটিক গতাই দিলে আন লোকৰ হাতত ৷
![আৰ্থিক দৈন্যতাৰ বাবে এটি দম্পতীৰ চৰম পদক্ষেপ Hojai poor family gives their new born to another family out of poor financial condition](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8673779-thumbnail-3x2-h.jpg?imwidth=3840)