হোজাই, চেপ্তেম্বৰঃ হোজাইৰ লংকাত নিষিদ্ধ সংগঠনৰ নামত ধনদাবী কৰি আটক দুজন। চুমিত ঘোষ নামৰ সংগঠনৰ সদস্য জনে পত্ৰৰ জৰিয়তে লংকাৰ ব্যৱসায়ী বিপুল চন্দ্ৰ ঘোষক দুদিন পূৰ্বে পাঁচ লাখ টকা ধনদাবী কৰিছিল। বিপুল চন্দ্ৰ ঘোষে লংকা থানাত দিয়া এজাহাৰৰ ভিত্তিত লংকা আৰক্ষী বিষয়া জ্যোতি কমল বনিয়াৰ নেতৃত্বত এটি দলে লামডিংৰ পৰা আটক কৰে চুমিত ঘোষক। ৰেল যোগে ডিমাপুৰ পৰা আহি থকা অৱস্থাত আটক কৰে লংকা আৰক্ষীয়ে চুমিত ঘোষক। লগতে ঘটনাৰ লগত জৰিত বিধান দে কো লংকা আৰক্ষীয়ে আটক কৰিছে। বৰ্তমান লংকা আৰক্ষীয়ে চুমিত ঘোষ আৰু বিধান দে ক ঘটনা সন্দৰ্ভত লংকা থানাত চলাই আছে মাৰথান জেৰা।
নিষিদ্ধ সংগঠনৰ নামত ধনদাবী কৰি হোজাইত আটক দুই - HOJAI POLICE ARRESTED TWO
হোজাইৰ লংকাত নিষিদ্ধ সংগঠনৰ নামত ধনদাবী কৰি আটক দুজন। আটক চুমিত ঘোষ আৰু বিধান দে নানৰ লোক দুজন
হোজাই, চেপ্তেম্বৰঃ হোজাইৰ লংকাত নিষিদ্ধ সংগঠনৰ নামত ধনদাবী কৰি আটক দুজন। চুমিত ঘোষ নামৰ সংগঠনৰ সদস্য জনে পত্ৰৰ জৰিয়তে লংকাৰ ব্যৱসায়ী বিপুল চন্দ্ৰ ঘোষক দুদিন পূৰ্বে পাঁচ লাখ টকা ধনদাবী কৰিছিল। বিপুল চন্দ্ৰ ঘোষে লংকা থানাত দিয়া এজাহাৰৰ ভিত্তিত লংকা আৰক্ষী বিষয়া জ্যোতি কমল বনিয়াৰ নেতৃত্বত এটি দলে লামডিংৰ পৰা আটক কৰে চুমিত ঘোষক। ৰেল যোগে ডিমাপুৰ পৰা আহি থকা অৱস্থাত আটক কৰে লংকা আৰক্ষীয়ে চুমিত ঘোষক। লগতে ঘটনাৰ লগত জৰিত বিধান দে কো লংকা আৰক্ষীয়ে আটক কৰিছে। বৰ্তমান লংকা আৰক্ষীয়ে চুমিত ঘোষ আৰু বিধান দে ক ঘটনা সন্দৰ্ভত লংকা থানাত চলাই আছে মাৰথান জেৰা।
Body:হোজাই জিলা লংকাত নিষিদ্ধ সংগঠনৰ নামত ধনদাৱী কৰি আটক দুজন |
চুমিত ঘোচ নামৰ সংগঠনৰ সদস্য জনে পত্ৰৰ জৰিয়তে লংকাৰ ব্যৱসায়ী বিপুল চন্দ্ৰ ঘোচক দুদিন পূৰ্বে পাঁচ লাখ টকা ধন দাৱী কৰিছিল |
বিপুল চন্দ্ৰ ঘোচে লংকা থানাত দিয়া এজাহাৰৰ ভিত্তিত লংকা আৰক্ষী বিষয়া জ্যোতি কমল বনিয়াৰ নেতৃত্বত এটি আৰক্ষী দলে লামডিংৰ পৰা আটক কৰে চুমিত ঘোচক |
চুমিত ঘোচ ৰেল যোগে ডিমাপুৰ পৰা আহি থকা অৱস্হাত আটক কৰে লংকা আৰক্ষীয়ে |
লগতে ঘটনাৰ লগত জৰিত বিধান দে কো লংকা আৰক্ষীয়ে আটক কৰিছে |
বৰ্তমান লংকা আৰক্ষীয়ে চুমিত ঘোচ আৰু বিধান দে ক ঘটনাসন্দৰ্ভত লংকা থানাত চলাই আছে মাৰথান জেৰা |
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam