ETV Bharat / state

হোজাইৰ লংকাত উপস্থিত বিধায়ক শিলাদিত্য দেৱ - হোজাই সমষ্টি

লংকাত উপস্থিত বিধায়ক শিলাদিত্য দেৱ ৷ উৰণীয়া সেঁতুৰ কাম নিৰীক্ষণ কৰাৰ লগতে লংকা চহৰ আৰু হাফলং পথৰ শোচনীয় অৱস্থা নিৰীক্ষণ কৰাৰ উদ্দেশ্যে উপস্থিত বিধায়ক গৰাকী ।

HOJAI MLA SILADITYA DEV VISIT LANKA FOR FLYOVER & BAD ROAD CONDITION
উৰণীয়া সেঁতু আৰু নিৰ্মীয়মান অৱস্থাত থকা পথ পৰ্যবেক্ষণ হোজাইৰ বিধায়কৰ
author img

By

Published : Oct 28, 2020, 6:22 PM IST

হোজাই, 28 অক্টোবৰ : বুধবাৰে হোজাই জিলাৰ লংকাত উপস্থিত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ ৷ লংকাত নিৰ্মাণ হৈ থকা দুখনকৈ উৰণীয়া সেঁতুৰ কাম নিৰীক্ষণ কৰাৰ লগতে লংকা চহৰ আৰু হাফলং পথৰ শোচনীয় অৱস্থা নিৰীক্ষণ কৰাৰ উদ্দেশ্যে উপস্থিত বিধায়ক গৰাকী ।

বিধায়ক শিলাদিত্য দেৱৰ মন্তব্য

উল্লেখ্য যে,লংকা চহৰৰ প্ৰবেশ পথত দুখনকৈ ৰে'ল ক্ৰচিংৰ ওপৰত নিৰ্মাণ হৈ আছে দুখনকৈ উৰণীয়া সেঁতুৰ কাম । লংকা-লামডিং পথৰ ওপৰত নিৰ্মাণ হৈ থকা উৰণীয়া সেঁতুৰ কাম ৰে'ল কৰ্তৃপক্ষৰ তত্বাবধানত হোৱাৰ লগতে লংকা-নগাঁও পথৰ 2নং ৰে'ল গেটৰ ক্ৰচিঙৰ ওপৰত নিৰ্মাণ হৈ থকা দলং আৰু পথটি ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে নিৰ্মাণ কাৰ্য চলাই আছে ।

HOJAI MLA SILADITYA DEV VISIT LANKA FOR FLYOVER & BAD ROAD CONDITION
উৰণীয়া সেঁতু আৰু নিৰ্মীয়মান অৱস্থাত থকা পথ পৰ্যবেক্ষণ হোজাইৰ বিধায়কৰ

ইফালে,দুয়োখন উৰণীয়া সেঁতু নিৰ্মাণ সেঁতু নিৰ্মাণ কৰ্তৃপক্ষই বিকল্প পথ নিৰ্মাণ নকৰাত স্থানীয় ৰাইজ উক্ত পথ দুটাৰে অহাযোৱাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হৈছে । সেয়হে উক্ত বিষয়ৰ ওপৰত হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে তৎকালীনভাৱে বিকল্প উপ-পথৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে ৷

লগতে পঢ়ক : নিউক্লিয়াৰ প্ৰকল্পৰ ওচৰত ইৰাণৰ নিৰ্মাণকাৰ্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.