ETV Bharat / state

হোজাই জিলাৰ লংকাৰ ২নং পিপল পুখুৰীত চাঞ্চল্যকৰ ঘটনা

author img

By

Published : Mar 26, 2020, 11:59 PM IST

হোজাই জিলাৰ লংকা ২নং পিপল পুখুৰীত স্বামীয়ে প্ৰথমে পত্নীক মৰিয়াই হত্যা কৰাৰ পিছত নিজে চিপ লৈ আত্মহত্যা ৷

hojai-lanka-murder-and-suiside
হোজাই জিলাৰ লংকাৰ ২নং পিপল পুখুৰীত চাঞ্চল্যকৰ ঘটনা

হোজাই,26 মাৰ্চঃ হোজাই জিলাৰ লংকাৰ ২নং পিপল পুখুৰীত চাঞ্চল্যকৰ ঘটনা । স্বামীয়ে নিজ পত্নীক মৰিয়াই হত্যা কৰি নিজে গছৰ ডালত চিপ লৈ আত্মহত্যা ।ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ২নং পিপল পুখুৰীত যোৱা নিশা স্বামী স্বপন মিশ্ৰ আৰু স্ত্ৰী মঞ্জু মিশ্ৰৰ মাজত পৰিয়ালকেন্দ্ৰিক সংঘাত সৃষ্টি হয় দুয়োৰে মাজত । নিশা কাজিয়াই চুড়ান্ত সীমা অতিক্ৰম কৰি স্বামী স্বপনে পত্নী মঞ্জুক ঘৰৰ ভিতৰতে মূৰত মৰিয়াই মৰিয়াই হত্যা কৰি নিজেও ঘৰৰ কাষৰ এজোপা গছত চিপ লৈ আত্মহত্যা কৰে । পিছত পুৱা ঘটনাস্থলীত উদালী আৰক্ষী সহ দণ্ডাধীশ উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, স্বপন আৰু মঞ্জুৰ এটা ১২বছৰীয়া ল'ৰা নলবাৰীত থকাৰ লগতে আন এটা ৮বছৰীয়া ল'ৰা তেওঁলোকৰ লগতে আছিল ।

লগতে পঢ়কঃহোজাই জিলাৰ লংকা আৰক্ষীৰ সফলতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.