ETV Bharat / state

লংকাৰ পাম্পৰ পৰা‌ পেট্ৰলৰ পৰিৱৰ্তে ওলাল পানী

author img

By

Published : Oct 15, 2020, 10:26 PM IST

তেল ডিপোটোৰ টেংকীত পানী সোমোৱাৰ কথা স্বীকাৰ কৰিছে পাম্প কতৃপক্ষই ৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

hojai heated situation at petrol pump
লংকাৰ পেট্ৰল পাম্পত‌ উত্তেজনাময়‌ পৰিস্থিতি

হোজাই, 15 অক্টোবৰ : হোজাই জিলাৰ লংকাৰ ইছলাম বস্তি পেট্ৰল পাম্পত‌ বুধবাৰে সংঘটিত হয় উত্তেজনাময়‌ পৰিস্থিতিৰ । তেল ডিপোটোৰ পৰা এজন গ্ৰাহকে ক্ৰয় কৰা পেট্ৰলত‌ ওলাল পানী । নখুটি আমবাৰীৰ ইছমাইল আলি নামৰ ব্যক্তিজনে উক্ত ডিপোৰ পৰা ক্ৰয় কৰিছিল ৮২ লিটাৰ পেট্ৰল ৷ লোকজনে পেট্ৰলখিনি ঘৰলৈ লৈ যোৱাৰ পাছতে পেট্ৰলত পানী ওলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

ইতিমধ্যে তেল ডিপোটোৰ টেংকিত পানী সোমোৱাৰ কথা স্বীকাৰ কৰিছে পাম্প কৰ্তৃপক্ষই ৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক : অসমত চৰকাৰী নথিপত্ৰতে আৱদ্ধ চিনেমা হ'ল মুকলিৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.