হোজাই, 14 অক্টোবৰঃ হোজাইত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান ৷ এই অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ ভাৱে বিক্ৰী কৰা পেট্ৰ'ল ৷ হোজাই জিলাৰ জোৰাপুখুৰী, উদালী আৰু লংকাৰ দাতিকাষৰীয়া অঞ্চলসমূহত পথৰ কাষৰ কিছু দোকানত বহু দিনৰ পৰা অবৈধ ভাৱে পেট্ৰ'ল বিক্ৰী কৰি আছিল একাংশ ব্যৱসায়ীয়ে ৷ হোজাই জিলা উপায়ুক্তৰ নিৰ্দেশত অবৈধ ভাৱে বিক্ৰী কৰি থকা পেট্ৰ'লৰ বিৰুদ্ধে চলা এই অভিযানত জব্দ কৰে প্ৰায় এঘাৰ হাজাৰ টকাৰ 143 লিটাৰ পেট্ৰ'ল | বৰ্তমান জব্দকৃত পেট্ৰ'লখিনি লংকাৰ ইণ্ডিয়ান অইল তেল ডিপোৰ জিম্মাত ৰখা হৈছে ৷ এই অভিযানত কোনো ব্যৱয়ায়ীকে এই পৰ্যন্ত আটক কৰা হোৱা নাই ৷
হোজাই খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযানত জব্দ অবৈধ পেট্ৰ'ল - জোৰাপুখুৰী, উদালী আৰু লংকা
হোজাইত জব্দ বৃহৎ পৰিমাণৰ অবৈধ ভাৱে বিক্ৰী কৰা পেট্ৰ'ল ৷ অভিযানত জব্দ কৰে প্ৰায় এঘাৰ হাজাৰ টকাৰ 143 লিটাৰ পেট্ৰ'ল |
হোজাই, 14 অক্টোবৰঃ হোজাইত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান ৷ এই অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ ভাৱে বিক্ৰী কৰা পেট্ৰ'ল ৷ হোজাই জিলাৰ জোৰাপুখুৰী, উদালী আৰু লংকাৰ দাতিকাষৰীয়া অঞ্চলসমূহত পথৰ কাষৰ কিছু দোকানত বহু দিনৰ পৰা অবৈধ ভাৱে পেট্ৰ'ল বিক্ৰী কৰি আছিল একাংশ ব্যৱসায়ীয়ে ৷ হোজাই জিলা উপায়ুক্তৰ নিৰ্দেশত অবৈধ ভাৱে বিক্ৰী কৰি থকা পেট্ৰ'লৰ বিৰুদ্ধে চলা এই অভিযানত জব্দ কৰে প্ৰায় এঘাৰ হাজাৰ টকাৰ 143 লিটাৰ পেট্ৰ'ল | বৰ্তমান জব্দকৃত পেট্ৰ'লখিনি লংকাৰ ইণ্ডিয়ান অইল তেল ডিপোৰ জিম্মাত ৰখা হৈছে ৷ এই অভিযানত কোনো ব্যৱয়ায়ীকে এই পৰ্যন্ত আটক কৰা হোৱা নাই ৷
হোজাই জিলাত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান | উল্লেখ যে,হোজাই জিলাৰ বিশেষকৈ জোৰাপুখুৰী,উদালী আৰু লংকাৰ দাতিকাষৰিয়া অঞ্চল সমূহত পথৰ কাষৰ থকা কিছু দোকানত বহু দিনৰ পৰা অবৈধ ভাৱে বিক্ৰী কৰি আছিল পেট্ৰল | উক্ত খৱৰ ভিত্তিত আৰু হোজাই জিলাৰ উপায়ুক্তৰ নিৰ্দেশ মৰ্মে হোজাইৰ সদৰ শংকৰদেৱ নগৰ স্হিত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কৰ্মচাৰীৰ এটি দলে আজি সোমৱাৰে উক্ত স্হান সমূহত অভিযান চলাই জব্দ কৰে ১৪৩ লিটাৰ পেট্ৰল | জব্দকৃত পেট্ৰল খিনিৰ মূল্য প্ৰায় এঘাৰ হাজাৰ টকা মান হৱ | বৰ্তমান জব্দকৃত তেল খিনি লংকাৰ ইন্দিয়া অইল তেল ডিপোৰ জিম্মাত ৰক্ষা হৈছে বুলি যোগান বিভাগে জানিব দিয়ে | উক্ত অভিযানত কাকো আটক কৰা হোৱা নাই |
BYTE: খাদ্য আৰু যোগান বিভাগৰ কৰ্মচাৰী
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam