ETV Bharat / state

হোজাইত উদযাপন বিশ্বকৰ্মা পূজা - DTO OFFICE

বৃহস্পতিবাৰে হোজাইত উদযাপন কৰা হয় খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা ৷ কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ বাবে এইবাৰ ৰাজ্যত অনুষ্টুপীয়াকৈ পালন কৰা হয় বিশ্বকৰ্মা পূজা ৷

HOJAI DTO OFFICE BISWA KARMA PUJA
হোজাইত উদযাপন বিশ্বকৰ্মা পূজাহোজাইত উদযাপন বিশ্বকৰ্মা পূজা
author img

By

Published : Sep 17, 2020, 6:17 PM IST

হোজাই,16ছেপ্টেম্বৰ : বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাতো উদযাপন কৰা হয় শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা ৷ এইবাৰ জিলাখনৰ পৰিবহন বিভাগত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হয় এই পূজাৰ ৷ দেশ তথা ৰাজ্যত কৰ'ণা মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহতাৰ বাবে সকলো চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰি কাৰ্যালয়টোত অনুষ্টুপীয়াকৈ পালন কৰা হয় বিশ্বকৰ্মা পূজা ৷

হোজাইত উদযাপন বিশ্বকৰ্মা পূজা

অন্য এক খবৰৰ বাবে: চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত উত্তাল মৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.