ETV Bharat / state

হোজাইৰ ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত 1 - died

হোজাই জিলাৰ ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ডবকা এন, আৰ, এলৰ সন্মুখত বাইক আৰু চুইফট ডিজাইৰৰ মাজত সংঘৰ্ষ ৷

হোজাইৰ ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : Jul 30, 2019, 1:10 PM IST

  • হোজাই জিলাৰ ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷
  • ডবকা এন, আৰ, এলৰ সন্মুখত বাইক আৰু চুইফট ডিজাইৰৰ মাজত সংঘৰ্ষ ৷
    হোজাইৰ ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা
  • দুৰ্ঘটনাত নিহত হয় যমুনামুখ জঙ্গলব্লক হাই স্কুলৰ শিক্ষক আব্দুল চুবহান চৌধুৰী ৷
  • দুৰ্ঘটনাত পতিত হোৱা দুয়োখন বাহন জব্দ কৰিছে ডবকা আৰক্ষীয়ে ৷
  • বৰ্তমানলৈ ছুইফটখনৰ গৰাকীৰ কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে ৷
  • শিক্ষক আব্দুল চুবহান চৌধুৰীৰ মৃত্যুত ডবকা অঞ্চলত শোকৰ ছাঁ পৰিছে ৷

Intro:হোজাই জিলাৰ ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা।।
Body:হোজাই জিলাৰ ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা।।

হোজাই জিলাৰ ডবকা এন, আৰ, এলৰ সন্মুখত বাইক আৰু চুইফট ডিজাইৰৰ মাজত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হয়।

দুৰ্ঘটনাত বাইক আৰোহী যমুনামুখ থানাৰ অন্তৰ্গত জঙ্গলব্লক হাই স্কুলৰ ইংৰাজী বিভাগৰ শিক্ষক আব্দুল চুবহান চৌধুৰী গুৰুতৰ বাবে আঘাত প্ৰাপ্ত হয় যদিও উন্নত চিকিৎসাৰ বাবে লগে লগে নগাঁও হস্পিতাললৈ প্ৰেৰণ কৰা হয়।
অৱশেষত মৃত্যুত সাৱটি লবলগীয়া হয় শিক্ষক আব্দুল চুবহান চৌধুৰীয়ে।

দুৰ্ঘটনাগ্ৰস্থ চাৰিচকীয়া ছুইফ ডিজাইৰ বাহনৰ নম্বৰ হৈছে AS-02 G 2220 আৰু বাইক খনৰ নম্বৰ হৈছে AS-02 Q 2511

জানিব পৰা মতে দুৰ্ঘটনা সংগঠিত হোৱা দুয়ো খন বাহন ডবকা আৰক্ষীয়ে জব্দ কৰিছে বুলি জনা যায়।

দুৰ্ঘটনা সংগঠিত কৰা ছুইফ ডিজাইৰ বাহনৰ মালিকৰ কোনো খবৰ লাভ কৰিব পৰা নাই এতিয়ালৈকে।

শিক্ষক আব্দুল চুবহান চৌধুৰীৰ মৃত্যুত ডবকা অঞ্চলত এক শোকৰ ছাঁ পৰিৱেশৰ সৃষ্টি হয়।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.